• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰূপকোঁৱৰৰ সৃষ্টিৰ বিকৃতকৰণঃ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পৰিণতিত “লভিতা” নাটৰ প্ৰদৰ্শন বন্ধৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 15, 2022 10:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনন্য সৃষ্টি “লভিতা” নাটকৰ আলম লৈ ৰচনা কৰা অভিজিত ভট্টাচাৰ্য্যৰ “লভিতা” নাটকখনে ৰূপকোঁৱৰৰ মূল সৃষ্টিক বিকৃত কৰা বুলি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাৰ পিছত আৱাহন থিয়েটাৰ গোষ্ঠীয়ে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক সন্মান জনাই নাট খনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে এই কথা প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰাৰ কোনো ধৃষ্টতা নাই বুলিও উল্লেখ কৰিছে। অভিজিত ভট্টাচাৰ্য্যৰ “লভিতা” নাটখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “লভিতা” নাটৰ ৰিমিক্স হিচাবে উপস্থাপন কৰাত ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল।

ছ’চিয়েল মিডিয়াতো নাট খনক বিকৃত কৰাৰ বাবে সমালোচনাৰ লহৰ উঠিছিল। ইয়াৰ মাজতে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্য আৰু আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে নাটক খনকলৈ গা এৰা দিয়া স্পষ্টীকৰণ দি দায় সাৰিব বিচাৰিছিল যদিও অসমৰ সংস্কৃতিপ্ৰেমী জনতাই নাটক খনৰ বিৰুদ্ধে নানান মাধ্যমত প্ৰতিবাদ অব্যাহত ৰাখিছিল।

আনকি স্বনামধন্য চিন্তাবিদ ডঃ হীৰেন গোহাইকে ধৰি আন বহুতে নাট খনৰ বিৰুদ্ধে স্বাক্ষৰ অভিযানতো ভাগ লৈছিল। সংবাদমাধ্যমেও আৱাহন থিয়েটাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনন্য সৃষ্টি “লভিতা” নাটৰ বিকৃত ৰূপৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি আহিছিল।

নৰ্থ ইষ্ট নাওত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈছিল জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰাৰ বিৰুদ্ধে বহু বাতৰি।

অৱশেষত এনে প্ৰতিবাদ-প্ৰতিক্ৰিয়াৰ ওচৰত সেওঁ মানি থিয়েটাৰ গোষ্ঠীটোৱে নাট খনৰ প্ৰদৰ্শন বন্ধ কৰিব বুলি ঘোষণা কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

September 11, 2025 12:33 pm
পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

September 11, 2025 11:53 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

September 11, 2025 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

September 11, 2025 12:33 pm
পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd