• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচটনিমূলক মন্তৱ্য : বেংগলী যুৱ ফেডাৰেশ্যনৰ নেতা সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 4, 2018 8:13 am
IMG-20181103-WA0023 (1)

সুজিৎ সৰকাৰ। ফটো : নৰ্থইষ্ট নাও

464
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক তথা হিন্দু বাংলাদেশী সংস্থাপন আদি বিষয়ক লৈ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে প্ৰৰোচনামূলক বক্তব্য আগবঢ়োৱাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ হ’ল বিটিচি বেংগলী যুৱ ফেডাৰেশ্যনৰ নেতা সুজিৎ সৰকাৰ।

বেংগলী যুৱ ফেডাৰেশ্যনৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি সুজিৎ সৰকাৰক কোকৰাঝাৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে।

সুজিৎ সৰকাৰৰ বিৰুদ্ধে আছুৰ ওদালগুৰি আঞ্চলিক সমিতিৰ পাছত শনিবাৰে আলোচনাপন্থী আলফা নেতা প্ৰবাল খাউণ্ডেও এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে বিগত কিছুদিন ধৰি পলাতক হৈ থকা সৰকাৰে শনিবাৰে কোকৰাঝাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

জানিব পৰা মতে আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/১৫৩(এ)/২৯৫(এ) ধাৰাৰ অধীনত টংলা থানাত পঞ্জীয়ন হোৱা ১৭৫/১৮ নম্বৰ গোচৰৰ ভিত্তিত সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱাৰ পাছত সৰকাৰক কোকৰাঝাৰ আৰক্ষীয়ে ওদালগুৰি আৰক্ষীক হস্তান্তৰ কৰিছে।

উল্লেখ্য যে ওদালগুৰিত ‘ডি’ ভোটাৰৰ জাননী লাভ কৰি এজন লোকে আত্মহত্যা কৰা সন্দৰ্ভত ওদালগুৰিত উপস্থিত হৈ সৰকাৰে কেতবোৰ উচটনিমূলক বক্তব্য দাঙি ধৰিছিল।

Recent News

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd