• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ড: ডাঃ সৰিতা তোছনিৱালৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ, ডিব্রুগড় by এন ই নাও নিউজ, ডিব্রুগড়
May 18, 2023 5:06 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে ২০১৪ চনৰ ৯ মে’ত সংঘটিত হোৱা ডাঃ সৰিতা তোছনিৱালৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৱাৰ্ড বয় কিৰু মেচৰ শাস্তি ঘোষণা কৰিছে। আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

আদালতে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত হত্যাৰ অপৰাধত কিৰু মেচক শাস্তি প্ৰদান কৰে।

ডিব্ৰুগড় জিলা আৰু অধিবেশন ন্যায়াধীশ অপৰ্ণা অজিতচৰিয়াই ১৫২ পৃষ্ঠাৰ ৰায়দানত অভিযুক্ত কিৰু মেচক দোষী সাব্যস্ত কৰে।

লগতে পঢ়ক: বিতৰ্কিত কিৰেন ৰিজিজুৰ বৰ্ণাঢ্য কেৰিয়াৰ! কিয় তেওঁ হেৰুৱাবলগীয়া হ’ল আইন মন্ত্ৰালয়?

আন এজন অভিযুক্ত ডাঃ দীপমণি শইকীয়াক অৱশ্যে প্ৰমাণৰ অভাৱত আদালতে দোষমুক্ত কৰে।

ডিব্ৰুগড় আদালতে যোৱা ১৭ মে’ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ডাঃ সৰিতা তোছনিৱালৰ হত্যাকাণ্ডৰ গোচৰত ৱাৰ্ড বয় কিৰু মেচক দোষী সাব্যস্ত কৰিছিল।

২০১৪ চনৰ ৯ মে’ত স্ত্ৰীৰোগ বিভাগৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত এ এম চি এইচৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ডাঃ সৰিতা তোছনিৱাল (২৪)ক নৃশংসভাৱে হত্যা কৰা হৈছিল।

মৃত চিকিৎসকজনৰ ফোন ৰেকৰ্ডৰ মাজেৰে গৈ আৰক্ষীয়ে কনিষ্ঠ চিকিৎসক দীপমণি শইকীয়াক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া! উপ-মুখ্যমন্ত্ৰী শিৱকুমাৰ; জনালে কংগ্ৰেছে

ইয়াৰ পিছতে ২০১৪ চনৰ ১০ মে’ত নিজৰ অপৰাধ স্বীকাৰ কৰাৰ পিছত আৰক্ষীয়ে কিৰু মেচক গ্ৰেপ্তাৰ কৰে।

Recent News

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd