• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া! উপ-মুখ্যমন্ত্ৰী শিৱকুমাৰ; জনালে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 2:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ল সিদ্দাৰামাইয়া। উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ ৫ দিনৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছ হাইকমাণ্ডক এই কথা অৱগত কৰে এআইচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেনুগোপালে। তেওঁ কয় যে উপ-মুখ্যমন্ত্ৰী পদৰ উপৰিও শিৱকুমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদতো বাহাল থাকিব।

শিৱকুমাৰে বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত কৰ্ণাটকৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কসকলৰ বৈঠক আহ্বান কৰে। সিদ্দাৰামাইয়াৰ নাম তাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰিব।

লগতে পঢ়ক: হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

Apply Now

শিৱকুমাৰে বৃহস্পতিবাৰে টুইট কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে তেওঁ আৰু সিদ্ধাৰমাইয়াৰ এখন ছবি টুইট কৰে। তেওঁ টুইটাৰত লিখিছে, কৰ্ণাটকৰ সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ জনসাধাৰণৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আৰু আমি ইয়াৰ নিশ্চয়তা দিবলৈ একত্ৰিত হৈছো।” কংগ্ৰেছৰ এক সূত্ৰই কয় যে অহা শনিবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।

কংগ্ৰেছৰ এক সূত্ৰই পূৰ্বে জনাইছিল যে অৱশেষত কৰ্ণাটকৰ ৰাজস্থান আৰু ছত্তীশগড়ৰ ‘মডেল’ অনুসৰণ কৰিব পাৰে হাইকমাণ্ডে। সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী পদ দিব পাৰে। সেই ভৱিষ্যদ্বাণী বৃহস্পতিবাৰে সঁচা হ’ল। ইয়াৰ ফলত অৱশ্যে ভৱিষ্যতে ৰাজ্যখনৰ ক্ষমতাৰ নিয়ন্ত্ৰণক লৈ দলৰ ভিতৰত সংঘাতৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাৰো সৃষ্টি হৈছে।

২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰিছে। মিত্ৰশক্তিৰ ‘সৰ্বোদয় কৰ্ণাটক পক্ষ’ই ১খন আসনত জয়লাভ কৰে। দেওবাৰে নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ বৈঠকত খৰ্গেক পৰৱৰ্তী মুখ্যমন্ত্ৰীক মনোনীত কৰাৰ দায়িত্ব দিয়া হৈছিল।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰত লিপিবদ্ধ কংগ্ৰেছ নেতাৰ বক্তব্য

ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীলকুমাৰ শিণ্ডেৰ নেতৃত্বত ৩ জন কেন্দ্ৰীয় পৰ্যবেক্ষকক মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁলোকৰ ‘পছন্দ’ জানিবলৈ ব্যক্তিগত পৰ্যায়ত বিধায়কৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

মঙলবাৰে দলটোৰ সৰ্বভাৰতীয় সভাপতিৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰা হয়। এআইচিচিৰ এক সূত্ৰই জনোৱা মতে, গৰিষ্ঠসংখ্যক বিধায়কে সিদ্দাৰামাইয়াকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd