• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১‍৬ বছৰৰ মূৰত ‘বাৰ্চিলোনা’ এৰাৰ মন মেলিছে বিশ্বৰ ষ্টাৰ ফুটবলাৰ লিঅ’নেল মেছিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 10:11 am
1.3k
VIEWS
Share on FacebookShare on Twitter

স্পেনিছ ফুটবল ক্লাব বাৰ্চিলোনা আৰু বিশ্বৰ ষ্টাৰ ফুটবলাৰ লিঅ’নেল মেছিক এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি বুলি জনা যায় যদিও আগন্তুক ছিজনৰ পৰা মেছি আৰু বাৰ্চিলোনাৰ পথ বেলেগ বেলেগ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

বাৰ্চিলোনাৰ হৈ শ-শ গ’ল দিয়া আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খিতাপ অৰ্জন কৰা মেছিয়ে ক্লাবক এখন পত্ৰৰ জৰিয়তে দল এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ধাৰণা কৰা অনুসৰি সদ্য সমাপ্ত চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত বেয়াৰ্ণ মিউনিখৰ বিৰুদ্ধে বাৰ্চিলোনাৰ লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ বাবেই মেছিয়ে এই সিদ্ধান্ত লয়।

ইফালে, মেছিয়ে যে এখন পত্ৰৰ জৰিয়তে বাৰ্চিলোনা এৰাৰ মন মেলিছে সেই কথা ক্লাব কৰ্তৃপক্ষই স্বীকাৰ কৰিছে।

কিন্তু ক্লাব কৰ্তৃপক্ষই এই সন্দৰ্ভত আইনী যুঁজৰ সংকেত দিয়াৰ লগতে মহান ফুটবলাৰজনক ক্লাব এৰি যোৱাৰ অনুমতি প্ৰদান নকৰে বুলিও কয়।

৩৩ বছৰীয়া আৰ্জেণ্টিনাৰ লিঅ’নেল মেছিয়ে ১৬ বছৰ ধৰি স্পেনিছ ফুটবল ক্লাব বাৰ্চিলোনাৰ সৈতে চুক্তিবদ্ধ হৈ আছে।

মেছিয়ে ক্লাবৰ হৈ ১০ বাৰ স্পেনিছ খিতাপ, ছয়বাৰ বেলন ডি অ’ৰ ৗআৰু চাৰিবাৰ চেম্পিয়নছ লীগপ খিতাপ দখল কৰিছে।

উল্লেখ্য যে বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা অনুসৰি মেছিয়ে ফ্ৰান্সৰ ক্লাব পি এছ জিত যোগ দিয়াৰ সম্ভাৱনা আছে।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd