• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত চলিছে লবী ৰাজনীতি; বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাঃ সম্পাদকৰ পদত্যাগ

কলিয়াবৰ জিলা বিজেপি সভাপতিৰ গাড়ীত অগ্নিসংযোগ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
November 14, 2018 8:35 pm
BJP kaliabor

পদত্যাগী জীবন কৃষ্ণ নাথে নিজৰ বাসগৃহত অনুষ্ঠিত এক আপ্যায়ন অনুষ্ঠানত ৰঞ্জিত দাসক কিবা কৈ থকা মুহূৰ্তত।

663
VIEWS
Share on FacebookShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ পূৰ্ণগতিত চলাই থকাৰ সময়তে বিজেপিত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ তুলি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে দলটোৰ পৰা পদত্যাগ কৰে।

বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক জীৱন কৃষ্ণ নাথে আজি বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি বিৰেণ শইকীয়াৰ জৰিয়তে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীলৈও পদত্যাগ পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

পদত্যাগৰ সন্দৰ্ভত নাথৰ লগত যোগাযোগ কৰাত তেখেতে কয়, ‘১৯৯১ চনৰ পৰা সুৰ্দীঘ ২৭ বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টিৰ এজন একনিষ্ঠ কৰ্মী হিচাপে দলৰ কাম কৰি আহিছিলো।‘

‘দলৰ বেয়া দিনত বাজিয়াগাওঁ মণ্ডল বিজেপিৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰি অহাৰ লগতে বিগত দিনৰ পৰা বৰ্তমানলৈকে সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছিলো।‘

‘কিন্তু বৰ্তমান দলত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি হোৱা হেতুকে মই বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক পদৰ দায়িত্বৰ লগতে দলৰ সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি বিচাৰি আজি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো’ তেওঁ কয়।

বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে পদত্যাগ কৰিব খোজা ঘটনাই বিজেপিত যে  লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছে সেয়া এতিয়া স্পষ্ট হৈ পাৰিছে বুলি স্থানীয় এংকাশ মহলে মত প্ৰকাশ কৰে।

অনিল শইকীয়াৰ ভস্মীভূত বলেৰ’ গাড়ীখন

আনহাতে কালি সন্ধ্যা সংঘটিত আন এক ঘটনাত কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াৰ বলেৰ’ বাহনত কোনো লোকে অগ্নিসংযোগ কৰি গাড়ীখন বিস্তৰ ক্ষতি সাধন কৰে। একাংশই এয়া  অচিনাক্ত দুৰ্বৃত্তৰ দলে সংঘটিত কৰে বুলি সন্দেহ কৰিছে যদিও ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd