• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউন: সামাজিক ব্যৱধান মানি কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ

কৃষি বা অৰ্থনৈতিকভাৱে বাৰুকৈয়ে বিধ্বস্ত হ’লেও স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে: অতুল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 31, 2020 6:08 pm
atul bora Lockdown: Assam agri minister asks farmers to maintain social distance during farming activities
907
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সময়চোৱাত সামাজিক ব্যৱধান মানি চলি কৃষকক কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই।

মঙ্গলবাৰে দিচপুৰৰ চৰকাৰী আৱাসত এক সংবাদমেল সম্বোধন কৰি অসমৰ কৃষক ৰাইজলৈ এই আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

“এই সময়চোৱাত অসমৰ কৃষকসকলে সামাজিক ব্যৱধান বৰ্তাই ৰাখি কৃষি কৰ্মত জড়িত হোৱাৰ বাবে আহ্বান জনাইছো। কৃষিৰ ক্ষেত্ৰত লকডাউন অলপ শিথিল হ‘ব,” সংবাদমেলত বৰাই এইদৰে কয়।

ইপিনে, ৰাজ্যৰ ধেমাজিকে ধৰি অন্য দুই এঠাইত খেতিত পোকৰ আক্ৰমণ হৈছে  বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় “সংশ্লিষ্ট জিলা বিষয়াক ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।”

বৰাই কয় “কৃষি বা অৰ্থনৈতিকভাৱে বাৰুকৈয়ে বিধ্বস্ত হ’লেও স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে। জীৱনৰ সুৰক্ষাত গুৰুত্ব দিয়াটো প্ৰথম দায়িত্ব।‘

ইপিনে, খানাপাৰাত পশুপালকৰ বাবে নিয়ন্ত্ৰণ কক্ষ হ’ব বুলি ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় “পশুখাদ্যৰ অভাৱ নহয়। বাহিৰৰ পৰা অনাৰ ব্যৱস্থা কৰা হৈছে।”

তদুপৰি, হোম কুৱাৰেণ্টাইনত থকাসকলক খেতিপথাৰলৈ নাহিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোককো কৃষিকাৰ্য্যৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰীগৰাকীয়ে সংবাদমেলত আহ্বান জনায়।

আনহাতে, খেতিয়কসকলে তেওঁলোকৰ অসুবিধাসমূহৰ বাবে স্থানীয় প্ৰশাসনক যোগাযোগ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

কৃষক ৰাইজক উদ্দেশ্যি তেওঁ সংবাদমেলত কয়, “উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ জিলা কৃষি বিষয়াক যোগাযোগ কৰক,অনুমোদিত বাহনেৰে বিক্ৰী কৰা হ’ব পাচলিসমূহ।”

ইয়াৰোপৰি, প্ৰতিগৰাকী কৃষকৰ বেংক একাউন্টত ৰাজ্য চৰকাৰে ২৫০০ টকাকৈ সুমুৱাই দিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

Tags: COVID19

Recent News

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd