• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: সামাজিক ব্যৱধান মানি কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ

কৃষি বা অৰ্থনৈতিকভাৱে বাৰুকৈয়ে বিধ্বস্ত হ’লেও স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে: অতুল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 31, 2020 6:08 pm
atul bora Lockdown: Assam agri minister asks farmers to maintain social distance during farming activities
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়চোৱাত সামাজিক ব্যৱধান মানি চলি কৃষকক কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই।

মঙ্গলবাৰে দিচপুৰৰ চৰকাৰী আৱাসত এক সংবাদমেল সম্বোধন কৰি অসমৰ কৃষক ৰাইজলৈ এই আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

Apply Now

“এই সময়চোৱাত অসমৰ কৃষকসকলে সামাজিক ব্যৱধান বৰ্তাই ৰাখি কৃষি কৰ্মত জড়িত হোৱাৰ বাবে আহ্বান জনাইছো। কৃষিৰ ক্ষেত্ৰত লকডাউন অলপ শিথিল হ‘ব,” সংবাদমেলত বৰাই এইদৰে কয়।

ইপিনে, ৰাজ্যৰ ধেমাজিকে ধৰি অন্য দুই এঠাইত খেতিত পোকৰ আক্ৰমণ হৈছে  বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় “সংশ্লিষ্ট জিলা বিষয়াক ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।”

বৰাই কয় “কৃষি বা অৰ্থনৈতিকভাৱে বাৰুকৈয়ে বিধ্বস্ত হ’লেও স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে। জীৱনৰ সুৰক্ষাত গুৰুত্ব দিয়াটো প্ৰথম দায়িত্ব।‘

ইপিনে, খানাপাৰাত পশুপালকৰ বাবে নিয়ন্ত্ৰণ কক্ষ হ’ব বুলি ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় “পশুখাদ্যৰ অভাৱ নহয়। বাহিৰৰ পৰা অনাৰ ব্যৱস্থা কৰা হৈছে।”

তদুপৰি, হোম কুৱাৰেণ্টাইনত থকাসকলক খেতিপথাৰলৈ নাহিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোককো কৃষিকাৰ্য্যৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰীগৰাকীয়ে সংবাদমেলত আহ্বান জনায়।

আনহাতে, খেতিয়কসকলে তেওঁলোকৰ অসুবিধাসমূহৰ বাবে স্থানীয় প্ৰশাসনক যোগাযোগ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

কৃষক ৰাইজক উদ্দেশ্যি তেওঁ সংবাদমেলত কয়, “উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ জিলা কৃষি বিষয়াক যোগাযোগ কৰক,অনুমোদিত বাহনেৰে বিক্ৰী কৰা হ’ব পাচলিসমূহ।”

ইয়াৰোপৰি, প্ৰতিগৰাকী কৃষকৰ বেংক একাউন্টত ৰাজ্য চৰকাৰে ২৫০০ টকাকৈ সুমুৱাই দিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd