• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢোলে-দগৰে গৈ অসমৰ প্ৰথমখন মনোনয়ন পত্ৰ দাখিল লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ১১ এপ্ৰিলত ভোটগ্ৰহণ হ’ব লগা সমষ্টিটোৰ মনোনয়ন দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ।

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
March 20, 2019 5:45 pm
Loksabha Election: Congress’ Anil Borgohain files nomination from Lakhimpur seat

অনিল বৰগোহাঁইৰ মনোনয়ন দাখিল যাত্ৰাৰ ছবি। সৌজন্য- Election Watch।

413
VIEWS
Share on FacebookShare on Twitter

কেইবাহাজাৰ সমৰ্থকেৰে পৰিৱেস্তিত হৈ বুধবাৰে আসন্ন লোকসভা নিৰ্বাচনত অসমৰ প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰে লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে।

জিলা উপায়ুক্ত তথা ৰিতাৰ্নিং বিষয়া জীৱন বি-ৰ হাতত মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ নেতাজনক সংগ দিয়ে সমষ্টিটোৰ কেইবাজনো কংগ্ৰেছ নেতাই।

উপস্থিত থাকে অসমৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, চাবুৱা আৰু ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক ক্ৰমে ৰাজু চাহু আৰু দুৰ্গা ভূমিজৰ লগতে লখিমপুৰ জিলা কংগ্ৰেছ সভাপতি জয় প্ৰকাশ দাস।

যোৱা ১৮ মাৰ্চত অনিল বৰগোহাঁইৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল কংগ্ৰেছে।

৫২ বছৰীয়া বৰগোহাঁই পেছাত ব্যৱসায়ী আৰু দীৰ্ঘদিনধৰি তেওঁ কংগ্ৰেছ দলৰ লগত জৰিত।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰ, নাওবৈচা, ঢকুৱাখনা, ধেমাজি আৰু জোনাই আৰু দক্ষিণ পাৰৰ মাজুলী, শদিয়া, চাবুৱা আৰু ডুমডুমা বিধানসভা লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ১১ এপ্ৰিলত ভোটগ্ৰহণ হ’ব লগা সমষ্টিটোৰ মনোনয়ন দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd