• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰাজুল আলম লস্কৰ বিজেপিলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2019 6:49 pm
Loksabha election Silchar: Assam Congress leader Sirajul Alam Laskar joins BJP

ছিৰাজুল আলমক শুকুৰবাৰে বিজেপিলৈ আদৰণি ৰঞ্জিত দাসৰ। ছবি সৌজন্য-- Barakpar Development Silchar।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাত শুকুৰবাৰে বিজেপিত যোগদান কৰিছে কাছাৰ জিলা কংগ্ৰেছৰ প্রশাসনিক সাধাৰণ সম্পাদক ছিৰাজুল আলম লস্কৰে।

বিজেপিৰ ইটাখোলাস্তিত কাৰ্য্যালয়ত কংগ্ৰেছ নেতাজনক গেৰুৱা শিবিৰলৈ আদৰে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

কংগ্ৰেছৰ পৰা সংখ্যালঘুৰ কোনো কাম নোহোৱা বুলি অভিযোগ তুলি ছিৰাউলে কয় যে তেওঁ মোদীৰদ্বাৰা অনুপ্ৰাণিত হৈ গেৰুৱা দলটোত যোগদান কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে “ছিৰাজুল আলম লস্কৰ”ৰ নামত থকা ফে’চবুক একাউণ্টটোৰ পৰা যোৱা ৬ এপ্ৰিললৈকে কংগ্ৰেছ, ৰাহুল গান্ধী আৰু শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ সমৰ্থনত বিভিন্ন প’স্ত কৰা হৈছিল।

Loksabha election Silchar: Assam Congress leader Sirajul Alam Laskar joins BJP
ছিৰাজুল আলম লস্কৰৰ “নাম”ত থকা ফে’চবুক একাউণ্টৰ অন্তিমটো প’স্ত, যোৱা ৬ এপ্ৰিলৰ। স্ক্ৰীন গ্ৰেব।

নিৰ্বাচনলৈ মাজত মাত্ৰ ১০দিন থকা অৱস্থাত কংগ্ৰেছ নেতাজনৰ বিজেপি গমনে সুস্মিতা দেবৰ ক্ষতি কৰিব বুলি গেৰুৱা শিবিৰে দাবী কৰিছে যদিও ইয়াক শুভ সংবাদ বুলিহে মন্তব্য কৰিছে কংগ্ৰেছে।

ছিৰাজুলৰ বিজেপিত যোগদান অনুষ্ঠানত সভাপতি দাসৰ লগতে বিজেপিৰ জিলা সভাপতি কৌশিক ৰয় আৰু সোনাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ আদি নেতাও উপস্থিত আছিল।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd