• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫ দিনীয়া কাৰ্য্যসূচীৰে অসমত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
April 9, 2022 10:51 am
130
VIEWS
Share on FacebookShare on Twitter

অসম বিধান সভাত অনুষ্ঠিত হোৱা কমনৱেলথ পাৰ্লিয়ামেন্টৰী এছ’চিয়েশ্যন (চিপিএ)ৰ মধ্যবৰ্ষীয়া কাৰ্যকৰী সমিতিৰ বৈঠকত ৫৩ খন কমনৱেলথ দেশ আৰু দেশৰ নটা অঞ্চলৰ আঞ্চলিক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ইয়াৰে ১৫ খন দেশৰ প্ৰতিনিধি বিধানসভাত উপস্থিত থাকে। বাকী দেশৰ প্ৰতিনিধিয়ে ইয়াত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে।

১১ আৰু ১২ এপ্ৰিলত গুৱাহাটীত অষ্টম চিপিএ ইণ্ডিয়া ৰিজিয়ন সন্মিলনো অনুষ্ঠিত হ’ব।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অসম বিধানসভাৰ চৌহদত এই অনুষ্ঠানৰ উদ্বোধন কৰে।

লগতে পঢ়ক: আইপিএল-২০২২: পঞ্জাৱৰ বিৰুদ্ধে অন্তিম দুটা বলত ছয় কোবাই গুজৰাটক জয়ী কৰিলে তেওৱাটিয়াই

তেওঁৰ লগত সংস্কৃতি, পৰ্যটন আৰু উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে।

দুয়োটা কাৰ্যসূচী অসম বিধানসভা গৃহত অনুষ্ঠিত হ’ব।

দেশত প্ৰথমবাৰৰ বাবে অসম বিধানসভাই ভাৰতৰ হৈ চিপিএৰ মধ্যবৰ্ষৰ কাৰ্যকৰী সমিতিৰ বৈঠক আয়োজন কৰিছে।

লগতে পঢ়ক: ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ

ভাৰতৰ আঞ্চলিক সন্মিলনত সকলো বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, বিৰোধী দলৰ নেতা, লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসহ ২০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Recent News

ছুইডেনৰ এদল গৱেষকৰ গৱেষণাই কঢ়িয়াইছে আশাৰ বতৰা! এইডছৰ ভেকচিন প্ৰস্তুতিৰ দিশত এখোজ

ছুইডেনৰ এদল গৱেষকৰ গৱেষণাই কঢ়িয়াইছে আশাৰ বতৰা! এইডছৰ ভেকচিন প্ৰস্তুতিৰ দিশত এখোজ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd