NORTHEAST NOW (Assamese)

গৌৰীপুৰত ৰে’লে মহটিয়ালে যুৱকক

November 17, 2017 9:39 am · এন ই নাও নিউজ ব্যুৰো, ১৬ নৱেম্বৰ:

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰেলে মহটিয়ালে যুৱকক। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই মৃত যুৱকজনৰ পৰিচয়।

Related News