NORTHEAST NOW (Assamese)
Popular Stories

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 3:02 pm

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জুবিন গাৰ্গ আৰু নাই। চিংগাপুৰত দুৰ্ঘটনাই কাঢ়ি নিলে মৰমৰ জুবিন গাৰ্গকঅসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ দেহাৱসান। ছিংগাপুৰত স্কুবা ডাইভিং কৰি থকা অৱস্থত অসুস্থ হৈ পৰে গাৰ্গ। চিকিৎসালয়লৈ নিয়া হয় যদিও বচাব পৰা গ’ল জুবিন গাৰ্গক

স্কুভা ড্রাইভিং কৰিবলৈ গৈ সাগৰত পৰিছে জুবিন গাৰ্গা

আছাম এছচিয়েছনৰ এটা দলৰ সৈতে স্কুভা ড্রাইভিঙলৈ গৈছিল জুবিন গাৰ্গা

ছিংগাপুৰলৈ নৰ্থইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল জুবিন।

জুবিনৰ স্বাস্থ্যৰ বৰ পোৱা মাত্রকেই ছিংগাপুৰলৈ ৰাওনা হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ