Author: এন ই নাও নিউজ, গুৱাহাটী
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ
কটন কলেজৰ অৱসৰপ্ৰাপ্ত দুজন শিক্ষকে সমাজলৈ এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। গুৱাহাটীৰ কালাপাহাৰত বাস কৰা ড০ পান্নালাল গোস্বামী আৰু তেওঁৰ পত্নী ড০…
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ
দেশৰ কাৰাগাৰত আবদ্ধ হৈ থকা বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীসকলৰ বাবে মানৱতাৰ খাতিৰত উচ্চতম ন্যায়ালয়ে এক নতুন নিৰ্দেশ জাৰি কৰিছে। তেওঁলোকৰ আগতীয়াকৈ মুক্তিৰ…
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰক লৈ চলি থকা তীব্ৰ চৰ্চাৰ মাজতে ভাৰতীয় দলৰ মেনেজমেণ্টে নিজৰ স্থিতি স্পষ্ট কৰিছে। ইংলেণ্ডৰ…
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?
‘থ্ৰী ইডিয়টছ’ একেবাৰেই সোণম ৱাংচুকৰ জীৱনৰ কাহিনী নহয়! এই দাবী কৰিছে আমিৰ খানে। যন্তৰ মন্তৰত বিগত ১৯ দিন ধৰি অনশন কৰি আছে…
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ
দীৰ্ঘদিন ধৰি এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰীয়ে দাবী কৰিছে যে…
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ
এসময়ত হাজাৰ হাজাৰ ভাৰতীয়ই উন্নত জীৱনৰ আশাত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ বিপদ মূৰ পাতি লৈছিল। বহু দেশৰ সীমা অতিক্ৰম কৰি কোটি কোটি…
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী
অপেক্ষাৰ অন্ত পৰিল। ২০২৬ চনৰ ‘NEET UG’ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সীয়ে (NTA) এই ফলাফল ঘোষণা কৰে।…
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত
বহুলোকে ভাবে যে চকুৰ তলত পৰা কলা দাগ বা ডাৰ্ক চাৰ্কল কেৱল টোপনি ক্ষতি হোৱাৰ বাবে হয়। সেয়েহে নিয়মীয়াকৈ ৭-৮ ঘণ্টা শুই…
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিক তথা হাৱাজান বুনিয়াদৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬-ৰ অংশ হিচাপে…
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল
দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰটোৰ নিৰাপত্তাক কেন্দ্ৰ কৰি আশংকাৰ খবৰ! তামিলনাডুৰ কুডানকুলামত অৱস্থিত এই পাৰমাণৱিক প্ৰকল্পটোৰ সৈতে জড়িত হাজাৰ হাজাৰ গোপন ফাইল…