Author: এন ই নাও নিউজ, গুৱাহাটী
“আইনক নিজৰ কাম কৰিবলৈ দিয়ক” : জুবিন অনুৰাগীক হাতযোৰ কৰিলে গৰিমা শইকীয়াই
প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলক আইন হাতত তুলি নল’বলৈ আহ্বান জনাইছে। আজি সংবাদ মাধ্যমৰ…
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক কাৰ্যক গৰিহণা : কাৰায়ত্ত সকলৰ তাৎক্ষণিক মুক্তিৰ দাবী এছ এফ আই ৰ
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰা ৰাজ্যৰ বহুকেইজন নাগৰিকক গ্ৰেপ্তাৰ কৰা আৰু ৰাষ্ট্ৰদ্ৰোহৰ দৰে গোচৰ জাপি দিয়াৰ দৰে অসম চৰকাৰৰ…
নেপালৰ পিছত এইবাৰ ‘জেন জি’ৰ প্ৰতিবাদ মাদাগাস্কাৰত : চৰকাৰ ভংগ কৰাৰ ঘোষণা ৰাষ্ট্ৰপতিৰ
নেপালৰ পিছত ‘জে জি’ৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাদাগাস্কাৰত। মাদাগাস্কাৰত ‘জেন জি’ৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত চৰকাৰ ভংগ কৰাৰ…
আকৌ ৰক্তাক্ত বেলুচিস্তান : কুৱেটাত বোমা বিস্ফোৰণত কমেও ৯ জন লোকৰ মৃত্যু, ৩২ জন আহত
বেলুচিস্তানৰ কুৱেটাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই ঘটনাত কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ৩২ জন আহত হোৱা বুলি জানিবলৈ…
টুইটাৰত ভুৱা খবৰ বিয়পাইছিল কংগনা ৰাণাৱটে : আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ
পঞ্জাৱৰ আদালতে এটা পুৰণি মানহানিৰ গোচৰত আদালতত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ বিজেপি সাংসদ কংগনা ৰানাৱটক নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশ অনুসৰি, বিজেপি সাংসদগৰাকীয়ে ২৭…
৮ আৰু ১৩ অক্টোবৰত কঁপি উঠিব উজনিৰ ৰাজপথ : জনজাতিৰ মৰ্যাদা বিচাৰি বিশাল সমাৱেশৰ আয়োজন চাহ জনগোষ্ঠীৰ
তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বৃহৎ গণ সমাৱেশৰ বাবে সাজু হৈছে উজনি অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল। কেইবাটাও দাবী যেনে – জনজাতিৰ মৰ্যাদা, ভূমিৰ…
চি আই ডিৰ কাৰ্যালয়ত উপস্থিত জুবিন ভাতৃ সন্দীপন : ছিংগাপুৰত কি হৈছিল জানিবলৈ মাৰাথান জেৰা চলাব আৰক্ষীয়ে
জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল সেই বিষয়ে তদন্ত চলাই আছে অসম আৰক্ষীৰ চি আই ডি শাখাই। চি আই ডিৰ চমন অনুসৰি মঙলবাৰে…
বিহাৰৰ এটা সমষ্টিত ৮০ হাজাৰ মুছলমান ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাৰ গুৰুত্ব অভিযোগ!
পুনৰ বিতৰ্কৰ আৱৰ্তত ভোটাৰ তালিকাৰ বিশেষ কঠোৰ সংশোধনী। বিহাৰৰ ঢাকা সমষ্টিত প্ৰায় ৮০ হাজাৰ মুছলমান ভোটাৰক নিৰ্বাচনী তালিকাৰ পৰা আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা…
এইবাৰ দশমীত অযোধ্যাত জ্বলাব নোৱাৰিব ৰাৱণ, মেঘনাদ, কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি : কিন্তু কিয়?
এইবাৰ দুৰ্গাপূজাৰ দশমীৰ দিনা অযোধ্যাত ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি দাহ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে। আয়োজকসকলে জনোৱা মতে, মধ্যপ্ৰদেশ, ৰাজস্থান,…
ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰুদ্ধে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কেৰেলা বিধানসভাৰ
সোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গৃহীত কৰে। সংবাদ সংস্থা পিটিআইৰ মতে, পূৰ্বে এছআইআৰৰ ওপৰত…