Author: এন ই নাও নিউজ, গুৱাহাটী
সন্ত্ৰাসবাদী নিমূৰ্লৰ ক্ষেত্ৰত এক হ’ল শাসক-বিৰোধী : পাকিস্তানলৈ শক্তিশালী বাৰ্তা বিৰোধী নেতাসকলৰ
পুৱতি নিশাই ভাৰতে আৰম্ভ কৰিলে অপাৰেচন সিন্দুৰ। পাকিস্তানৰ বচা বচা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই ভাৰতীয় সেনা বাহিনীয়ে। কাশ্মীৰ পলহগাম আক্ৰমণৰ পাছতে ভাৰতে…
ভাৰত-পাক উত্তেজনা! ক্ৰ’ৱেচিয়া-নেদাৰলেণ্ড-নৰৱেৰ ভ্ৰমণ সাময়িকভাৱে স্থগিত ৰাখিলে নৰেন্দ্ৰ মোদীয়ে
ভাৰতীয় সেনাই মাজনিশা পাকিস্তানক আক্ৰমণ কৰাৰ পাছতে দুয়োখন দেশত যুদ্ধৰ নতুন ঘণ্টা বাজিছে। পাকিস্তানৰ প্ৰত্যুত্তৰ আক্ৰমণৰ আশংকাত ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ উদ্বেগ…
৯ টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস, প্ৰায় ৭০ জনৰ মৃত্যু! অপাৰেচন সেন্দূৰৰ সংবাদমেলত দুগৰাকী মহিলা কামাণ্ডাৰ
৭ মে’ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মিৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে শক্তিশালী সামৰিক আক্ৰমণ চলায়। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মাত্ৰ ২৫ মিনিটতে…
ধৰাসায়ী পাকিস্তান! ২৫ মিনিটত পাকিস্তানলৈ ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ ভাৰতীয় সেনাৰ
বন্দুকধাৰীয়ে জম্মু-কাশ্মীৰৰ পেহলগাম আক্ৰমণ কৰাৰ দুসপ্তাহৰ পাছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ কমেও ৯টা স্থানত নিশাৰ ভাগত আক্ৰমণ চলায়। বুধবাৰে…
ভাৰতৰ আক্ৰমণত নিহত জঈছ-ঈ-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ সম্পূৰ্ণ পৰিয়াল
বুধবাৰে পুৱা পাকিস্তানৰ ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় বায়ুসেনাই ২৪ টা মিছাইল বৰ্ষণেৰে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লয়। ভাৰতীয় সেনাই ‘অপাৰেশ্যন সিন্দুৰ’ নামেৰে…
অপাৰেশ্যন সিন্দুৰৰ পিছতো মৰসাহ নিৰ্লজ্জ পাকিস্তানৰ : কাশ্মীৰত পাক সেনাৰ আক্ৰমণত নিহত ১০ নাগৰিক
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। ইয়াৰ পিছত দিল্লীত কেইবাখনো বৈঠক অনুষ্ঠিত হয়। লগতে প্ৰতিশোধমূলক…
প্ৰত্যাঘাতৰ কথা সপোনতো নাভাবিবা : অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানক সকীয়ালে ড’নাল্ড ট্ৰাম্পে
অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানক সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অপাৰেশ্যন সিন্দুৰৰ পিছত ভাৰতৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ নকৰিবলৈ পাকিস্তানক সৰ্তক কৰি দিছে…
অপাৰেশ্যন সিন্দুৰ : কিয় দিয়া হ’ল এই অৰ্থবহ নাম?
যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ গৰাকী ভাৰতীয় পুৰুষক গুলীয়াই হত্যা কৰে। এই কাণ্ডৰ সময়ত সন্ত্ৰাসবাদীয়ে পুৰুষসকলৰ ধৰ্ম পৰিচয় জানিব…
আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : ১৩ জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ
বুধবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। নামনি আৰু মধ্য অসমৰ মুঠ ১৩ খন জিলাত এই দ্বিতীয়…
সংস্কৃতক কম্পিউটাৰ অনুকূল ভাষা হিচাপে স্বীকৃতি দিছে নাছাই : দাবী দিল্লীৰ মুখ্যমন্ত্ৰীৰ
সংস্কৃত আচলতে এটা বৈজ্ঞানিক ভাষা আৰু আটাইতকৈ কম্পিউটাৰ অনুকূল ভাষা। আনকি নাছাৰ বিজ্ঞানীসকলেও ইয়াৰ ক’ডিং ক্ষমতাক স্বীকৃতি দিছে। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা…