Author: অভীক চক্ৰবৰ্তী
বগাপানীত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আই ই ডি উদ্ধাৰ
নিৰাপত্তা বাহিনীসমূহে বগাপানীত বুধবাৰে এটা আই ই ডি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিছে। পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আই ই…
ডিব্ৰু-ছৈকোৱাৰ সমীপৰ বাঘজানত অইলৰ তৈল ক্ষেত্ৰৰ এক খাদত সংঘটিত হৈছে বিস্ফোৰণ
অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ এক খাদত আজি বুধবাৰে এক বিস্ফোৰণ সংঘটিত হৈছে। আজি দিনৰ প্ৰায় ১০.৩০ মিনিটত সংঘটিত…
ডিব্ৰুগড়ত কুৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ডিব্ৰুগড়ত চাৰিটা কুৱাৰেণ্টিন কেন্দ্ৰ পৰিদৰ্শন কৰে। ডিব্ৰুগড়ৰ এম ডি কে কানৈ কলেজ, ডি এইচ এছ…
ডিব্ৰুগড়ৰ পত্নী,পুত্ৰ আৰু এগৰাকী আত্মীয়ক হত্যা কৰা সঞ্জয় দাস আৰক্ষীৰ ‘এনকাউন্টাৰ’ত নিহত
ডিব্ৰুগড়ত পত্নী, পুত্ৰকে ধৰি তিনিজনক গুলীয়াই হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত প্ৰাক্তন এছ এছ বি জোৱান সঞ্জয় দাস মঙলবাৰে পুৱতি নিশা প্ৰায়…
পত্নী পুত্ৰসহ এক আত্মীয়ক গুলীয়াই হত্যা কৰিলে প্ৰাক্তন এছ এছ বিৰ জোৱানে
এজন পাক্তন এছ এছ বি জোৱানে গুলীয়াই হত্যা কৰিছে পত্নী, পুত্ৰৰ লগতে এগৰাকী আত্মীয়ক। ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে ডিব্ৰুগড়ৰ হাকুনপুখুৰীৰ এছ এছ…
ডিব্ৰুগড়ত উপস্থিত প্ৰথমখন শ্ৰমিক স্পেচিয়েল ৰেল
ডিব্ৰুগড়ত প্ৰথমখন শ্ৰমিক স্পেচিয়েল ৰেল দেওবাৰে আহি উপস্থিত হৈছে। কইম্বাটোৰৰ পৰা ডিব্ৰুগড়লৈ অহা ৰেলখনে তামিল নাডুত আবদ্ধ হৈ থকা ২৪৮ গৰাকী লোকক…
লকডাউনৰ সময়ত দৰিদ্ৰলৈ বিনামূলীয়া এম্বুলেন্স তিনিচুকীয়াৰ এইজন ব্যক্তিৰ
এজন ৫০ বৰ্ষীয় ব্যক্তিয়ে চলিত লকডাউনৰ সময়ত তিনিচুকীয়া জিলাৰ দৰিদ্ৰ লোকসকললৈ বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই আহিছে। ব্যক্তিজনৰ নাম অনন্ত হাজৰিকা। ঘৰ তিনিচুকীয়াৰ…
পাচলি বিক্ৰীত সহায়ক হোৱাকৈ জোনমণি গগৈক এখন ম’পেড উপহাৰ ডিব্ৰুগড় জিলা আৰক্ষীৰ
ডিব্ৰুগড় আৰক্ষীয়ে এখন টিভিএছ ম’পেড উপহাৰ দিলে জোনমণি গগৈক। উল্লেখ্য যে, কিছুদিন পূৰ্ব ডিব্ৰুগড়ৰ জিলাৰ জোনমণি গগৈ নামৰ যুৱতী গৰাকী বাই-চাইকেলেৰে পাচলি…
আলফা (স্বা)ৰ পাঁচগৰাকী দুৰ্ধৰ্ষ সদস্যক আটক; বহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
উজনি অসমৰ চৰাইদেউ জিলাত বুধবাৰে নিশা নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা এটা অভিযানত আলফা (স্বা)ৰ পাঁচজন দুৰ্ধৰ্ষ সদস্য আটক হয়। উগ্ৰপন্থীৰ দলটোৰ পৰা বহৎ…
উজনি অসমৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক, বহু গুৰুত্বপূৰ্ণ নিৰ্দেশ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে উজনি অসমৰ দহখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে ডিব্ৰুগড়ত বৈঠকত মিলিত হয় আৰু জিলাসমূহৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়।…