NORTHEAST NOW (Assamese)

Author: দীপজ্যোতি শৰ্মা

অসম

ক’ৰ’না সম্বন্ধে চাহ শ্ৰমিক সকলক সজাগ কৰাৰ বাবে চাহ বাগিচাই বাগিচাই ঘুৰি ফুৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যত ল’কডাউন চলি থকা কাৰণে চাহবাগিচা সমূহৰ কাম-কাজ বন্ধ হৈ আছিল। লকডাউনৰ মাজতে বিভিন্ন জিলাত প্ৰশাসনৰ অনুমতি মৰ্মে…

দীপজ্যোতি শৰ্মা · April 18, 2020 6:13 pm
অসম

বিধায়ক ৰূপজ্যোতিয়ে সাধাৰণ লোকৰ কথা চিন্তা কৰি মন্ত্ৰী হিমন্তলৈ লিখিলে এখন বিশেষ চিঠি

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ লিখিছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক…

দীপজ্যোতি শৰ্মা · April 18, 2020 4:07 pm
Popular Stories

এইবাৰ মহানগৰবাসীয়ে ঘৰতে লাভ কৰিব ছাগলীৰ মাংস; পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে লৈছে ব্যৱস্থা

ল’কডাউনৰ ফলত মাংসৰ সোৱাদৰ পৰা বঞ্চিত আছিল মহানগৰ বাসী৷ নিজ নিজ স্থানত ব্ৰয়লাৰ মাংসৰ যোগান ধৰিছিল পশু পালন বিভাগে ৷ আজিৰে পৰা…

দীপজ্যোতি শৰ্মা · April 18, 2020 2:32 pm
অসম

গুৱাহাটীৰ সংবাদ কৰ্মীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ

ক’ৰ’না সক্ৰমন ৰোধৰ বাবে নৰেন্দ্ৰ মোদীয়ে ৩ মে’লৈ সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ ফলত সমস্যাত পৰা লোকসকলক সহায়ৰ বাবে বহু দল-সংগঠন তথা…

দীপজ্যোতি শৰ্মা · April 18, 2020 2:18 pm
Popular Stories

ক’ৰ’নাত আক্ৰান্ত মনীষ তিব্ৰেৱালাৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক চিকিৎসালয়ত ভৰ্তি

গুৱাহাটী মহানগৰীৰ প্ৰথমজন ক’ৰ’না আক্ৰান্ত মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক শুকুৰবাৰে নিশা নলবাৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰা হয়।…

দীপজ্যোতি শৰ্মা · April 18, 2020 12:25 pm
অসম

ল’কডাউনৰ সময়ত চান্দমাৰী উৰণীয়া সেতুৰ তলত খালী ভিক্ষা পাত্ৰ লৈ লঘোণে ভোকে বৃদ্ধ দম্পতি

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ইয়াৰ ফলত…

দীপজ্যোতি শৰ্মা · April 17, 2020 6:30 pm
অসম

ল’কডাউনৰ সময়ত এইবোৰ নতুন নিৰ্দেশনা গুৱাহাটী যান-বাহন আৰক্ষীৰ; ভংগ কৰিলে হ’ব কঠোৰ শাস্তি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ৩ মে’লৈ লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ লগতে ২০ এপ্ৰিললৈ এই ল’কডাউন কঠোৰভাৱে যাতে পালন…

দীপজ্যোতি শৰ্মা · April 17, 2020 5:15 pm
অসম

নিশা মহানগৰীৰ চানমাৰিত ভয়ংকৰ অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

বৃহস্পতিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই কাল ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ চানমাৰিত সংঘটিত এটা ভয়ানক অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।…

দীপজ্যোতি শৰ্মা · April 17, 2020 12:07 pm
অসম

লকডাউন: নিশা কৰ্তব্যৰত আৰক্ষীক চাহ বিতৰণ এৰ’মিকা টীৰ

এৰ’মিকা টীৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱাই লকডাউনৰ সময়ত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক চাহ বিতৰণ কৰি আহিছে। দিনত দুই এক সদাশয় ব্যক্তিয়ে আৰক্ষীক চাহ বা…

দীপজ্যোতি শৰ্মা · April 16, 2020 10:55 pm
অসম

কোভিদ-১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসা কৰ্মীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰস্তুত কৰিলে পি পি ই কিট

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৱৰ্কশ্বপে সফলভাৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী পি পি ই (পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট) কিট প্ৰস্তুত কৰি…

দীপজ্যোতি শৰ্মা · April 16, 2020 7:39 pm