NORTHEAST NOW (Assamese)

Author: জাহ্নৱী বৰুৱা,গুৱাহাটী

অসম

গুৱাহাটী পৌৰ নিগমৰ নির্বাচন: বিজেপিয়ে নির্বাচনী আচৰণ বিধি উলংঘা কৰিছে- আম আদমি পাৰ্টী

গুৱাহাটী পৌৰ নিগমৰ নির্বাচনলৈ মাজত মাত্র চাৰি দিন বাকী থকাৰ সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী আচৰণ বিধি উলংঘা কৰি ৬০০ কোটি…

জাহ্নৱী বৰুৱা,গুৱাহাটী · April 18, 2022 4:33 pm
অসম

অসম আৰক্ষীৰ একেই পদৰ বাবে দুবাৰকৈ পৰীক্ষা;কিন্তু আজিলৈকে নোলাল ফলাফল

অসম চৰকাৰৰ গৃহ বিভাগৰ কাণ্ডত অতিষ্ঠ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা। মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত  ২০১৭ চনতে ৯০১৭ কনিষ্টবল পদত নিযুক্তিৰ…

জাহ্নৱী বৰুৱা,গুৱাহাটী · April 18, 2022 3:49 pm
অসম

হিতাধিকাৰীক ভাবুকি প্ৰদানেৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা বিজেপিৰ-আম আদমি পাৰ্টী

শনিবাৰে এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে বিজেপিয়ে হিতাধিকাৰীক ভাবুকিৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা চলাইছে বুলি…

জাহ্নৱী বৰুৱা,গুৱাহাটী · April 16, 2022 4:16 pm
অসম

জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু; ১৪ গৰাকী বিশিষ্ট ব্যক্তিক আছুৰ সম্বৰ্ধনা

বৃহস্পতিবাৰে গৰু বিহুৰ দিনা সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰাজ্যখনৰ ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা দুটা বছৰে কোভিড মহামাৰীৰ বাবে…

জাহ্নৱী বৰুৱা, গুৱাহাটী · April 14, 2022 7:49 pm
অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা চুৰি ৭ মহীয়া শিশু

জি এম চি এইছৰ পৰা চুৰি হৈছে এটি ৭ মহীয়া শিশু। শিশুটি হাজোৰ কলিতাকুচিৰ প্ৰিয়ম কলিতা বুলি জানিব পৰা গৈছে। পুৱা ৪.৩০…

জাহ্নৱী বৰুৱা,গুৱাহাটী · April 13, 2022 11:11 am
অসম

হিন্দী বাধ্যতামূলক কৰা কাৰ্য “সাংস্কৃতিক সন্ত্ৰাসবাদ”ৰ বাহিৰে আন একো নহয়: অজিত কুমাৰ ভূঞা

সোমবাৰে এক সংবাদমেল যোগে হিন্দী বাধ্যতামূলক কৰা কাৰ্যক “সাংস্কৃতিক সন্ত্ৰাসবাদ”ৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰে সাংসদ অজিত কুমাৰ ভূঞাই। বিজেপিয়ে…

জাহ্নৱী বৰুৱা, গুৱাহাটী · April 11, 2022 4:06 pm
অসম

বামুনীমৈদামৰ পিছত গান্ধীবস্তিত উদ্ধাৰ মৃতদেহ

গুৱাহাটীত এটাৰ পিছত আন এটা চাঞ্চল্যকৰ হত্যাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বামুনীমৈদামৰ হত্যাকাণ্ডৰ পাছতেই গান্ধীবস্তি তিনিআলিত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃত লোকজনৰ…

জাহ্নৱী বৰুৱা,গুৱাহাটী · April 11, 2022 11:20 am
অসম

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড: ডিঙি কাটি পেলাই থৈ গ’ল এজনক

গুৱাহাটী মহানগৰীত আইন-শৃংখলা পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে। কালি এমট্ৰ’নৰ এজন কৰ্মচাৰীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছত আজি পুনৰ আন এক হত্যাকাণ্ডৰ ঘটনা…

জাহ্নৱী বৰুৱা,গুৱাহাটী · April 11, 2022 9:47 am
অসম

অসীমা বৰদলৈৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ: নিৰ্বাচনৰ বাবে প্ৰাৰ্থী গোটাব নোৱাৰাত লজ্জিত অসীমা

গোপীনাথ বৰদলৈৰ নাতিনী তথা কংগ্ৰেছ নেত্ৰী অসীমা বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।…

জাহ্নৱী বৰুৱা, গুৱাহাটী · April 9, 2022 6:19 pm
অসম

ভূপেন বৰাৰ হুংকাৰ: সমষ্টিয়ে সমষ্টিয়ে এ আই ইউ ডি এফ- ৰ বিৰুদ্ধে যুঁজিব কংগ্ৰেছে

শুক্ৰবাৰে এক সংবাদমেলত এ আই ইউ ডি এফ- ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছৰ বিৰুদ্ধে দিয়া এক মন্তব্যক ওলোটাই কটাক্ষ কৰিছে অসম প্ৰদেশ…

জাহ্নৱী বৰুৱা, গুৱাহাটী · April 9, 2022 5:53 pm