NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

দুই গগৈৰ স্বাস্থ্যৰ বাৰ্তা দি কি ক’লে মন্ত্ৰী ড০ শৰ্মাই?

বৃহস্পতিবাৰে দুই গগৈ ক্ৰমে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ স্বাস্থ্যৰ বাৰ্তা দিলে মন্ত্ৰী হিমন্ত…

কল্পজ্যোতি শইকীয়া · September 10, 2020 4:26 pm
অসম

দুৰ্গা পূজা উদযাপন সমিতিসমূহলৈ কি বিশেষ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

সমাগত শাৰদীয় দুৰ্গোৎসৱ। কিন্তু বহাগ বিহু, ঈদ, অম্বুবাচীৰ দৰেই ক’ৰ’নাৰ ত্ৰাসৰ বাবেই ম্লান পাব নেকি শাৰদীয় দুৰ্গোৎসৱৰ উল্লাস-আনন্দ? ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে…

কল্পজ্যোতি শইকীয়া · September 10, 2020 3:41 pm
অসম

‘বিজেপিক যদি কোনোবাই জিকাই পঠিয়াব খুজিছে তেন্তে দহটা দল গঠন কৰক’-অখিল গগৈ

‘বিজেপিক যদি কোনোবাই ৱাক অভাৰ দিব বিচাৰিছে তেন্তে বেলেগ কথা। বিজেপিক যদি কোনোবাই জিকাই পঠিয়াব খুজিছে তেন্তে দহটা দল গঠন কৰক।‘ জিএমচিএইচত…

কল্পজ্যোতি শইকীয়া · September 10, 2020 2:49 pm
অসম

দিব্যাংগক অৱহেলা মন্ত্ৰী হিমন্তৰ : নিযুক্তি-চৰকাৰী আঁচনিত কৌশলৰে বঞ্চিত কৰাৰ অভিযোগ

ৰাজ্যৰ লক্ষাধিক দিব্যাংগ লোকক নিযুক্তিকে ধৰি চৰকাৰী আঁচনিত বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৌশলৰে বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ…

কল্পজ্যোতি শইকীয়া · September 9, 2020 9:14 pm
অসম

চৰকাৰ-শিক্ষানুষ্ঠানৰ অকৰ্মণ্যতাৰ বাবে জলপানি বঞ্চিত শ-শ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী : AJYCP

চৰকাৰৰ কেইবাগৰাকী জনগোষ্ঠীয়, জনজাতীয় মন্ত্ৰী আৰু শিক্ষানুষ্ঠানৰ অকৰ্মণ্যতাৰ বাবে জলপানি লাভৰ পৰা বঞ্চিত হৈছে শ-শ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী। গুৱাহাটী প্ৰেছ ক্লাৱত এক…

কল্পজ্যোতি শইকীয়া · September 9, 2020 7:43 pm
Popular Stories

অনলাইন পদ্ধতিৰে অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা

অনলাইন মাধ্যমৰে অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ। এক জাননীযোগে এই কথা জনাইছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে। ক’ভিড মহামাৰীৰ…

কল্পজ্যোতি শইকীয়া · September 9, 2020 7:46 am
Popular Stories

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা : দেশত কেতিয়াৰ পৰা কোন কোন শ্ৰেণীৰ কেনেকৈ হ’ব পাঠদান?

২১ চেপ্টেম্বৰৰ পৰা সমগ্ৰ ভাৰততে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে। ইয়াক লৈ কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ…

কল্পজ্যোতি শইকীয়া · September 9, 2020 7:07 am
অসম

ফণী-কেশৱলৈ আদালতৰ চমন : পদচ্যুত হ’ব নেকি অগপৰ মইবৰ নেতাদ্বয় অতুল-কেশৱ?

তিনিটাকৈ গুৰুত্বপূৰ্ণ পদৰ পৰা পদচ্যুত হোৱাৰ সম্ভাৱনাই দেখা দিছে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভুষণ চৌধুৰীৰ। কিয়নো…

কল্পজ্যোতি শইকীয়া · September 8, 2020 9:13 pm
অসম

AASU-AJYCP লৈ অপেক্ষা : অখিলৰ আহ্বানৰ পাছতে একত্ৰিত হ’ল KMSS আৰু ৭০ জাতীয় সংগঠন

কালি কাৰাৰুদ্ধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৭০ সংগঠনৰ সৈতে একত্ৰিত হ’ল কৃষক মুক্তি সংগ্ৰাম…

কল্পজ্যোতি শইকীয়া · September 8, 2020 7:59 pm
অসম

‘নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে অস্ত্ৰ সম্বৰণ কৰিলে; ৰিপুণ বৰাৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল’ : ৰূপম গোস্বামী

‘নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অস্ত্ৰ সম্বৰণ কৰিলে। তেওঁৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল।‘ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল…

কল্পজ্যোতি শইকীয়া · September 8, 2020 7:01 pm