Author: কল্পজ্যোতি শইকীয়া
১৫ আগষ্টলৈকে সপ্তাহটোৰ দুটা বিশেষ দিনত কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ
১৫ আগষ্টলৈকে সপ্তাহটোৰ দুটা বিশেষ দিনত কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ। সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব বুলি জনালে স্বাস্থ্যমন্ত্ৰী ডঃ…
সুখবৰ! ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল মন্ত্ৰী হিমন্তৰ
ৰাজ্যৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সংবাদমেলতে ৰাজ্যৰ…
ক’ৰ’নাতংকৰ মাজতে ১ ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান! : কি কি শ্ৰেণীৰ কেনেকৈ হ’ব পাঠদান?
১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় মহাবিদ্যালয় খোলাৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শনিবাৰে জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি এই…
য়ে মাস্ক মুঝে দে দে ঠাকুৰ…. কৰ’নাৰ বিৰুদ্ধে কোনে চলালে এই সজাগতামূলক প্ৰচাৰ?
বলিউদৰ চিনেমাৰ এটা অতি জনপ্ৰিয় আৰু বিখ্যাত ডাইল’গ। বলিউডৰ জনপ্ৰিয় তথা প্ৰয়াত অভিনেতা আমজাদ খান আৰু সঞ্জীৱ ঠাকুৰৰ ‘শ্বোলে’ চিনেমাৰ এই বিখ্যাত…
বিধায়ক পদ্ম হাজৰিকাই আইন হাতত তুলি লোৱা কাৰ্য নিন্দনীয়: চিপিআই (এম)
কালি ভূমি বিবাদক কেন্দ্ৰ কৰি সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ পাছতে জামুগুৰিহাটৰ চকীহাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই সময়তে বিধায়ক…
ৰাজনীতিত নতুন সমীকৰণ! আগষ্টত আছুৰ নেতৃত্বত ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল
এক নতুন ইতিহাস ৰচিবলৈ সাজু হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। ৩৫ বছৰীয়া এক দীঘলীয়া অন্তৰালৰ মূৰত দ্বিতীয়টো ৰাজনৈতিক দলৰ…
নতুন শিক্ষা নীতিৰে ভাৰতীয় শিক্ষা ব্যৱস্থা বাণিজ্যিকীকৰণ, ব্যক্তিগতকৰণ আৰু গেৰুৱাকৰণ কৰিলে : ছাত্ৰ মুক্তি
প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যালয়লৈকে সমগ্ৰ দেশৰে শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে সলনি কৰি এক নতুন ৰূপ দিলে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পাছতে…
বিস্ফোৰক অভিযোগৰে ডিমা হাচাওৰ মুৰব্বী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মনজিত মহন্তৰ সংবাদমেল
ডিমা হাচাওৰ মুৰব্বী দেবলাল গাৰ্লোছা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগৰে জ্যেষ্ঠ সাংবাদিক তথা আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মনজিত মহন্তই নিজ বাসগৃহত…
মহানগৰীত মহিলাৰ ঘৰত টকাৰ উজান; ৭৪ লক্ষাধিক টকা জব্দ
মঙলবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত গুৱাহাটীৰ শ’লাপৰাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন। লাইথংবাম সংগীতা ৰাণী দেৱী (৫৫) নামৰ এগৰাকী…
অসমত নতুনকৈ ১৩৭১ ক’ভিড আক্ৰান্ত, হ্ৰাস পাইছে পজিটিভৰ হাৰ
অসমত যোৱা ২৪ ঘণ্টাত ২২,৮৭৬ ক’ভিড টেষ্টৰ ভিতৰত ১৩৭১ গৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰে কামৰূপ মেট্ৰৰ ২৯৫ গৰাকী আৰু কামৰূপ গ্রাম্যৰ…