Author: কল্পজ্য়োতি শইকীয়া
পুনৰ ৰাজ্যত নতুনকৈ আক্ৰান্ত ১৩ গৰাকী; দিনটোত আক্ৰান্ত সংখ্যা বৃদ্ধি ১৪৭ লৈ, মুঠ আক্ৰান্তৰ সংখ্যা ৫৩৯
ৰাজ্যত ৫৩৯ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত পুনৰ নতুনকৈ ১৩ গৰাকীকৈ লোক মাৰাত্মক কোভিড-১৯ ত আক্ৰান্ত হৈছে ।…
ৰাজ্যত ৫২৬ লৈ বৃদ্ধি ক’ৰ’না ৰোগীৰ সংখ্যা; আজিৰ দিনটোত ১৩৪ গৰাকী আক্ৰান্ত
ৰাজ্যত ৫২৬ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯+ ত। ইয়াৰে ৯ গৰাকী…
সদ্যহতে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ কোৱাৰেন্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত নকৰিবলৈ আহ্বান কটনিয়ানৰ
অতি চমু নোটিছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস সমূহ কোৱাৰেণ্টাইন কক্ষলৈ ৰূপান্তৰিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা…
ৰাজ্যত পাঁচশ অতিক্ৰম ক’ৰ’না ৰোগীৰ সংখ্যা; আজিৰ দিনটোত ১২২ গৰাকী আক্ৰান্ত
অসমত পুনৰ ৪৮ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৫১৪ লৈ বৃদ্ধি পায়। ইয়াৰে…
দ্ৰুত গতিত বাঢ়িছে ক’ৰ’না : ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰীয়ে দিলে এক সুখৰ বতৰা
ক’ভিড-১৯ত আক্ৰান্ত অসমৰ পাঁচজন ব্যক্তিক সোমবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। ইয়াৰে তিনিগৰাকী গুৱাহাটীৰ পৰা আৰু অন্য দুগৰাকীক যোৰহাট মেডিকেল কলেজৰ…
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসক অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ
ল’কডাউনৰ সময়ত বিভিন্ন ঠাইত আৱদ্ধ লোক সকল নিজ ৰাজ্যলৈ উভতি অহাৰ সময়তে চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা কৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ আসন হ্ৰাস পাই…
হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ড: ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
হাজোৰ মনাহকুচিৰ সনাতন ডেকাৰ নৃশংস হত্যাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি…
সনাতন ডেকাৰ হত্যাত প্ৰতিক্ৰিয়া আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ
হাজোৰ সনাতন ডেকাক ৫ যুৱকে প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই। ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি…
চাৰিশৰ দিশে অসমত ক’ভিড-১৯ আক্ৰান্ত, দেওবাৰে চিনাক্ত ৪৬
আৰু চৈধ্যগৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৩৯২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্ত আক্ৰান্তসকলৰ পাঁচগৰাকী হোজাইৰ, পাঁচগৰাকী কামৰূপৰ, দুগৰাকী…
JNUৰ অসমীয়া ছাত্ৰী দেবাংগনা কলিতাসহ সহপাঠীক গ্ৰেপ্তাৰ কাৰ্যক গৰিণা বিৰোধী দলপতি আৰু AJYSPৰ
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে শনিবাৰে (২৩ মে’) জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ এগৰকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰাৰ…