Author: কল্পজ্যোতি শইকীয়া
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনৰ পাছতে শংকিত ৰাজ্যৰ কৰ্মচাৰী
কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ কৰ্তনৰ সিদ্ধান্ত লোৱাৰ পাছতে শংকিত ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী। সেয়েহে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰি মৰগীয়া…
শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান অসম ছাত্ৰ পৰিষদৰ; ছাত্ৰ-ছাত্ৰীৰ ল’কডাউনকালীন সমস্যা সমাধানৰ আহ্বান
ল’কডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী বিভিন্ন সমস্যা দাঙি ধৰি শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ অসম ছাত্ৰ পৰিষদৰ। কালি ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি…
অসমত পুনৰ এজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ
অসমত পুনৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বঙাইগাঁও জিলাৰ শালমৰাত ১৬ বছৰীয়া কিশোৰীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।…
হাৰ্টথ্রব জুবিন গাৰ্গৰ সম্পূৰ্ণ নামক লৈ Googleত বিভ্ৰান্তি; অনুৰাগীৰ প্ৰতিক্ৰিয়া
যুৱ প্ৰজন্মৰ হাৰ্টথ্রব জুবিন গাৰ্গৰ সম্পূৰ্ণ নাম Google ত চাৰ্চ কৰিলে ওলায় এক অদ্ভুত নাম। জুবিনৰ সম্পূৰ্ণ নামটো জুবিন বৰঠাকুৰ যদিও Google…
বাঘৰ গাত কৰ’নাভাইৰাছ আমেৰিকাত: অসমত চিৰিয়াখানাই লৈছে বিশেষ পদক্ষেপ
কেৱল মানৱ জাতিয়েই নহয়, পশুকুলতো চিনাক্ত হৈছে কৰ’নাভাইৰাছ। আমেৰিকাৰ নিউ য়ৰ্কৰ ব্ৰন্ক্স চিৰিয়াখানত ৮টাকৈ বাঘ আক্ৰান্ত হৈছে এই ৰোগত। জানিব পৰা মতে…
২৭ এপ্ৰিল নহয়, ৩০ এপ্ৰিললৈকে আৱদ্ধ হৈ থকা লোকে যাব পাৰিব ঘৰলৈ
অহা ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ বৃদ্ধি কৰিছে আন্তঃজিলা একমুখী যাত্ৰা। অহা ৩০ এপ্ৰিললৈকে নিজৰ বাসগৃহলৈ যাব পাৰিব ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ…
এক ভাল-খবৰ; অসমত ৭ গৰাকীলৈ হ্ৰাস পালে কোভিদ-১৯ ৰোগীৰ সংখ্যা
বিশ্বজুৰি ক’ৰ’নাৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এক ভাল খবৰ। অসমত মুঠ কোভিদ১৯ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ৭ গৰাকীলৈ। কিয়নো আজি গোলাঘাট অসামৰিক চিকিৎসালয়…
ছাত্ৰ-ছাত্ৰীৰ পিজি, হোষ্টেলৰ লগতে ভাড়াঘৰৰ মালিকলৈ বিশেষ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ল’কডাউনৰ ফলত মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰ-ছাত্ৰীৰ পিজি, হোষ্টেলৰ স্বত্বাধিকাৰীৰ প্ৰতি এক বিশেষ অনুৰোধ জনাইছে স্বাস্থ্য মন্ত্ৰী…
সমগ্ৰ ৰাজ্যত নিষিদ্ধ নহয় গাহৰি মাংসৰ বিক্ৰী; নিষিদ্ধ কোন কোন জিলাত?
সমগ্ৰ ৰাজ্যতে নিষিদ্ধ হোৱা নাই গাহৰি মাংস বিক্ৰী। ৰাজ্যৰ পশুপালন বিভাগে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে। ৰাজ্যৰ ৬খন জিলাতহে গাহৰি…
সৰিয়হৰ ডুলিতে ভূত! স্বত্ত্বাধিকাৰীৰ ঘৰতে উদ্ধাৰ চুৰি হোৱা ১০ লাখ টকাৰ মোবাইল
মহানগৰীৰ ভঙাগড়ৰ উৰণীয়া সেতুৰ তলৰ এখন মোবাইল দোকানৰ পৰা যোৱা ২৩ এপ্ৰিলৰ নিশা প্ৰায় ১০ লাখ টকাৰ মোবাইল চুৰি হোৱা বুলি বাতৰি…