Author: কল্পজ্যোতি শইকীয়া
স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি
আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ১৯ আক্ৰান্ত ৰোগীক। জিএমছিএইছত চিকিৎসাধীন হৈ থকা মনীষ তীব্ৰেৱাল(৪৬)ক…
৩ মে’লৈ ল’কডাউন অব্যাহত থাকিলেও ২১ এপ্ৰিলৰ পৰা কি কি কৰিব পাৰিব আপুনি?
ল’কডাউন থাকিলেও ৰাজ্যত অহা ২১ এপ্ৰিলৰ পৰা কিছু সংখ্যক কামৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই দিছে চৰকাৰে। ইয়াৰ ভিতৰত ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ…
নতুন দিল্লীৰ পাছত এইবাৰ গুৱাহাটীৰ ৰাজহুৱা স্থানত পিকালে অথবা প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা
নতুন দিল্লী পৌৰ নিগমৰ পাছত গুৱাহাটী পৌৰ নিগমো তামোল, গুটখা আদি খাই ৰাজহুৱা স্থানত পিক পেলোৱা লোকসকলৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে। নতুন…
লকডাউনৰ ফলত খাদ্য সংকটত গুৱাহাটীৰ পোহনীয়া হাতী
চাৰিওফালে লকডাউন, স্তব্ধ জনজীৱন, শূন্য ৰাজপথ। খাদ্যৰ সংকটত দৰিদ্ৰজন অসুবিধাত পৰিব লগা হৈছে। মানুহ কমি যোৱাৰ বাবে গুৱাহাটী মহানগৰীত বনাঞ্চলৰ পৰা জনাঞ্চললৈ…
ল’কডাউনকালীন অনলাইন পাঠদানৰ সমস্যা; শিক্ষা আয়ুক্তকলৈ শিক্ষক সমাজৰ স্মাৰকপত্ৰ
ৰাজ্যৰ শিক্ষা বিভাগে যোৱা কিছুদিন পূৰ্বে প্ৰকাশ কৰি উলিওৱা এক নিৰ্দেশনাত কোৱা হৈছে যে, অভিভাৱকৰ ফোন নম্বৰ সংগ্ৰহ কৰি অনলাইন পাঠ দান কৰিব…
ল’কডাউনত অসমৰ কিমান লোক বাহিৰত আৱদ্ধ হৈ আছে? সংবাদমেলত আভাস দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ল’কডাউনৰ ফলত অসমৰ কিমান লোক বহিঃৰাজ্যলৈ গৈ হঠাতে আৱদ্ধ হ’বলগীয়া হ’ল বা কিমান লোকৰ পৰা ৰাজ্য চৰকাৰে কিমান মিছডকল লাভ কৰিলে তাৰ…
হ’ম ডেলিভাৰী যোগে কিনা মাংসত বিসংগতি থাকিলে দাখিল কৰিব পাৰিব অভিযোগ
পশু ধন নিগমে বিক্ৰী কৰা মাংসৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে এতিয়াৰ পৰা মহানগৰবাসীয়ে ফোনযোগে দাখিল কৰিব পাৰিব অভিযোগ। ইতিমধ্যে ফোন নম্বৰ মুকলি…
অসমত প্ৰতি ১০লাখ লোকৰ বিপৰীতে মাত্ৰ ৯৭ গৰাকীৰহে COVID19 পৰীক্ষা হৈছে : অসম সংগ্ৰামী মঞ্চ
অসমত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৯৭ গৰাকী ব্যক্তিৰহে COVID19 পৰীক্ষা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই। মঞ্চৰ সভাপতি…
অসমত আৰু দুগৰাকী কোভিড১৯ ৰোগী সুস্থ; গুৱাহাটী এমএমচিএইচৰ পৰা বিদায়
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহম্মদ আৰ্ছাদ আৰু মহম্মদ ৰিজুৱান নামৰ দুগৰাকী কোভিড ৰোগীয়ে আজি চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ…
কোৱাৰেন্টাইনত থকাৰ বাবে পিতৃৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত সোণাপুৰৰ এজন স্বাস্থ্য কৰ্মী
পিতৃৰ আকস্মিক বিয়োগত কাষৰ পৰা মৃতদেহ চাব নোৱাৰিলে এজন স্বাস্থ্য কৰ্মীয়ে। সোণাপুৰৰ নৰতাপ আমগুৰিৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে তেওঁৰ মৰ্মবেদনা প্ৰকাশ কৰিছে ।…