NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

Popular Stories

হিমন্তৰ আহ্বানক অসন্মান দলীয় নেতাৰ; কৰ’নাৰ আতংকৰ মাজত শতাধিক লোক সমাবেত হৈ বিজেপিত যোগদান

দেশজুৰি কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়ত ৰাজ্য চৰকাৰে জনসাধাৰণৰ মাজত সজাগত সৃষ্টিৰ বাবে বিভিন্ন নিৰ্দেশনাৱলী দিয়াৰ পাছত শসকীয় বিজেপি দলে নিজেই…

কল্পজ্যোতি শইকীয়া · March 18, 2020 1:00 pm
Popular Stories

অখিল গগৈৰ মুক্তিৰ দাবীত নুমলীগড়ৰ পৰা পদযাত্ৰা কৰি কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত চাৰিগৰাকী যুৱক

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পিনতু গগৈ, হিৰক জ্যোতি শইকীয়া, যতীন ফুকন আৰু প্ৰাঞ্জল বৰা নামৰ চাৰিজন যুৱকে…

কল্পজ্যোতি শইকীয়া · March 18, 2020 11:15 am
অসম

গুৱাহাটীত য’তে ত’তে থূ-খেকাৰ, পিক পেলোৱাসকলক জৰিমনা বিহা হ’ব

য’তে ত’তে থূ-খেকাৰ, পিক পেলোৱাসকলক গুৱাহাটীত জৰিমনা বিহা হ’ব আৰু তেনে লোকৰ ওপৰত আইনমতে ব্যৱস্থা লোৱা হ’ব। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই মঙলবাৰে…

কল্পজ্যোতি শইকীয়া · March 17, 2020 10:11 pm
অসম

বি টি চি নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিয়ে মঙলবাৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ৫-চাৰাইবিল, ৮-ডতমা, ১২- ছালাকাটি, ১৩- চিৰাং আৰু ৩৪- খালিং…

কল্পজ্যোতি শইকীয়া · March 17, 2020 9:40 pm
অসম

নিয়াৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতো পুনৰ গ্ৰেপ্তাৰ হ’ব অখিল গগৈ

নিয়াৰ গোচৰৰ পৰা মুক্ত হৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জামিন লাভ কৰিছিল। কিন্তু, কৃষক নেতাগৰাকীৰ কাৰাগাৰৰ পৰা মুকলি…

কল্পজ্যোতি শইকীয়া · March 17, 2020 7:08 pm
অসম

নিয়া আদালতত জামিন মঞ্জুৰ অখিল গগৈৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন আবেদন মঙলবাৰে নিয়াৰ আদালতে মঞ্জুৰ কৰে। আজি ৰাতিপুৱা নিয়াৰ আদালতত জামিন আবেদন দাখিল কৰিছিল…

কল্পজ্যোতি শইকীয়া · March 17, 2020 4:37 pm
Popular Stories

ফেচবুকত যৌনগন্ধী অশ্লীল মন্তব্য; চি আই ডিত গোচৰ তৰিলে কা বিৰোধী নেত্ৰী মীৰা বৰঠাকুৰে

ফেচবুকযোগে কা বিৰোধী আন্দোলনৰ নেত্ৰী মীৰা বৰঠাকুৰক অশ্লীল গালি গালাজ কৰে এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে। বৰঠাকুৰক কেন্দ্ৰ কৰি অতি নিম্ন মানৰ আশ্ৰৱ্য আৰু…

কল্পজ্যোতি শইকীয়া · March 17, 2020 3:00 pm
Popular Stories

কৃষক নেতা অখিল গগৈৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

প্ৰায় তিনিমাহ ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰি নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈ পৰিছে। ছাৰ্জচিত…

কল্পজ্যোতি শইকীয়া · March 16, 2020 6:49 pm
অসম

কৰ’নাভাইৰাছ: বন্ধ থাকিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক পদক্ষেপ হিচাপে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা অহা ২৯ মাৰ্চলৈকে বন্ধ থাকিব। চৰকাৰে ইতিমধ্যে ৰাজ্যৰ সকলো স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু…

কল্পজ্যোতি শইকীয়া · March 15, 2020 10:01 pm
Popular Stories

ক’ৰ’না আতংক : বি টি চিত কিদৰে চলাব জনবহুল নিৰ্বাচনী প্ৰচাৰ সভা?

বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰ’নাৰ আতংকই এতিয়া অসমতো আতংকৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে সজাগতা চলাই আহিছে যদিও এতিয়া জনসাধাৰণে কিদৰে…

কল্পজ্যোতি শইকীয়া · March 15, 2020 8:22 pm