NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

ৰাজ্য চৰকাৰ অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ : ৰাজ্যপাল

আজি ৭১ তম গণৰাজ্য দিৱস উপলক্ষে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে অনুষ্ঠানত উপস্থিতি থাকি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজ্যবাসীক উদ্দেশ্যি তেওঁৰ ভাষণ…

কল্পজ্যোতি শইকীয়া · January 26, 2020 11:18 am
অসম

শিক্ষা মন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বৰষুণৰ পাছতো আশাহত ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

শিক্ষা মন্ত্ৰী হিচাপে পুনৰবাৰ দায়িত্বভাৰ লৈ জনতা ভৱনত প্ৰথমখন সংবাদমেলত শিক্ষাবিভাগৰ অন্তৰ্গত কেতবোৰ নতুন আঁচনিৰ কথা ঘোষণা কৰিছিল যদিও শিক্ষক সমাজৰ মূল…

কল্পজ্যোতি শইকীয়া · January 25, 2020 8:52 pm
Popular Stories

বিদ্যালয়ত অসমীয়া ভাষা পঢ়া সকলহে চৰকাৰী চাকৰিৰ বাবে যোগ্য হ’ব; নতুন আইন অনাৰ প্ৰস্তুতি চৰকাৰৰ

অসমত চাকৰি কৰিব নোৱাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে। কিয়নো অসমৰ দীৰ্ঘকালৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান পঢ়ে বহিঃৰাজ্যত থকা…

কল্পজ্যোতি শইকীয়া · January 25, 2020 8:24 pm
অসম

শোণিতপুৰৰ গাওঁ অন্তৰ্ভুক্ত নহয় য়ু টি চিত; অসমৰ অখণ্ডতাক লৈ শংকিত নহ’ব : হিমন্ত বিশ্ব

বড়ো চুক্তিৰ জৰিয়তে গঠন কৰিব লগীয়া বড়ো কেন্দ্ৰশাসিত পৰিষদত বৰ্তমান কোনো নতুন জিলা বা গাওঁ অন্তৰ্ভুক্ত কৰা নহয় বুলি মন্তব্য কৰিছে বিজেপি…

কল্পজ্যোতি শইকীয়া · January 25, 2020 4:14 pm
অসম

অভিশপ্ত ৩০ অক্টোবৰৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক অন্তৰ্ৱৰ্তী জামিন; আজি উৰা মাৰিব দিল্লীলৈ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩০ অক্টোবৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা এন ডি এফ বি প্ৰধান ৰঞ্জন দৈমাৰীৰ অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ কৰিছে। উচ্চ…

কল্পজ্যোতি শইকীয়া · January 25, 2020 3:44 pm
অসম

বাজেটৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ বৰষুণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ভেন্সাৰ শিক্ষকৰ বাবে আছে সুখৱৰ

শিক্ষা বিভাগৰ পুনৰ দায়িত্ব লোৱাৰ পাছত শিক্ষা মন্ত্ৰী হিচাপে আজি প্ৰথমখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ চি এম…

কল্পজ্যোতি শইকীয়া · January 25, 2020 2:12 pm
অসম

জনসাধাৰণক সংবিধানৰ মূল্য জনোৱাৰ উদ্দেশ্যে গণতন্ত্ৰ দিৱসৰ দিনাই গুৱাহাটীত সংবিধান সুৰক্ষা দিৱস

জনসাধাৰণক সংবিধানৰ মূল্য পুনৰবাৰ সোঁৱৰাই দিয়াৰ উদ্দেশ্যে গণতন্ত্ৰ দিৱসৰ দিনাই গুৱাহাটীত সংবিধান সুৰক্ষা দিৱস অনুষ্ঠিত কৰিব নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী সমন্বয় সমিতিয়ে।…

কল্পজ্যোতি শইকীয়া · January 25, 2020 6:54 am
Popular Stories

পূজা, খ্ৰীষ্টমাছ, নতুন বৰ্ষ আৰু ভোগালীৰ আনন্দ গ’ল, তথাপি আৰম্ভ নহ’ল গুৱাহাটীৰ ৰ’পৱে সেৱা

২০১৯ বৰ্ষৰ দুৰ্গা পূজা গ’ল, খ্ৰীষ্টমাছ পাৰ গৈ গ’ল, নতুন বছৰৰ উল্লাস আৰু ভোগালীৰ ভোগৰ আনন্দ উপভোগ কৰিলে মহানগৰবাসীয়ে। বাতৰিত দুৰ্গাপুজাৰ প্ৰসংগ…

কল্পজ্যোতি শইকীয়া · January 24, 2020 8:34 pm
Popular Stories

আন্দোলন ঐক্যবদ্ধ নহলে অসমীয়া জাতি বিশ্বাসঘাটকতাৰ বলি হ’ব : অখিল গগৈ

১৪ দিনৰ ন্যায়িক জিম্মাৰ পাছত আজি পুনৰ NIAৰ আদালতত হাজিৰ কৰোৱা হ’ল কৃষক নেতা অখিল গগৈক। অসমবাসী ৰাইজক ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ…

কল্পজ্যোতি শইকীয়া · January 24, 2020 1:05 pm
Popular Stories

কাল অগ্নিকাণ্ডই পিতৃ মাতৃৰ বুকু উদং কৰা কণমানি ইশান আৰু ইবনলৈ শ্ৰদ্ধাঞ্জলি

কাল অগ্নিকাণ্ডই পিতৃ মাতৃৰ বুকু উদং কৰি লৈ গ’ল কণমানি ইশান আৰু ইবনৰ প্ৰাণ। জীৱন্তে অগ্নি দগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে দুই…

কল্পজ্যোতি শইকীয়া · January 24, 2020 11:13 am