Author: কল্পজ্যোতি শইকীয়া
সাৱধান! কল খালে ভীমৰ বল নহয়, হ’ব পাৰে পেট-বুকুৰ মাৰাত্মক ৰোগ
সাধাৰণতে সকলোৱে কল খাই ভাল পায়। কিন্তু কল খাওঁতে আপুনি সাৱধান হওঁক। আপুনি কল খাই শৰীৰত হাতীৰ সমান বল কৰিম বুলি ভাবিছে…
হাতত ঝাড়ুলৈ পথ পৰিষ্কাৰ কৰা যান-বাহন শাখাৰ আৰক্ষী বিষয়াক সম্বৰ্ধনা
হাতত নিজে ঝাড়ুলৈ পথ পৰিষ্কাৰ কৰা যান-বাহন শাখাৰ দুগৰাকী আৰক্ষী বিষয়াক শুকুৰবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে। অৱদেশ কুমাৰ ৰায়…
কংগ্ৰেছ এৰি অগপলৈ নাযায় দুই জ্যেষ্ঠ নেতা, নৰ্থ-ইষ্ট নাওত স্পষ্টীকৰণ
অহা ১৪ অক্টোবৰৰ দিনা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, দুৰ্গাদাস বড়ো আৰু জয়নাথ শৰ্মাই পুনৰ অগপ দললৈ ঘূৰি আহিব বুলি বাতৰি প্ৰকাশ পোৱাৰ…
‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি পুনৰ আটক হ’ল অখিল গগৈ আৰু শতাধিক প্ৰতিবাদকাৰী
আজিৰে পৰা ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মহানগৰীৰ…
পলিউশ্যন টেষ্টিং চেন্টাৰত ব্যাপক দুৰ্নীতি; ৮৫ টকা মাচুলৰ সলনি গ্ৰাহকৰ পৰা লৈছে ৫০০ টকা
মহানগৰীত প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদানৰ নামত একাংশ প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰত চলিছে চৰম অনীতি। অভিযোগ অনুসৰি কিছুমান কেন্দ্ৰৰ পৰিচালকসকলে এই কেন্দ্ৰসমূহত ম্যাদ উকলা…
কলকাতাৰ বোৱাৰী হ’বগৈ ‘জানমণি’; আজি গাত সানিলে মাহ-হালধি
অসমৰ জীয়ৰী হ’বগৈ কলকাতাৰ বোৱাৰী। অসমৰ জানমণি বুলি খ্যাত শ্যামন্তিকা শৰ্মাই গাত সানিলে মাহ হালধি। আজি বিবাহকাৰ্য্য সম্পন্ন হয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ।…
গাঁও, চহৰ, চৰত গোঁহাৰি বিলাই কাইলৈ মেঘদূত ভৱনৰ পৰা আৰম্ভ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব বিধেয়ক বিৰোধী অভিযান
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। গগৈয়ে বিজেপিয়ে শাসনলৈ আহি জাতিধ্বংসী…
মা কামাখ্যাৰ আশীৰ্বাদ লৈ ‘ৰত্নাকৰ’ৰ শেষ প্ৰচাৰ চলালে টিম ৰত্নাকৰে
মা কামাখ্যাৰ আশীৰ্বাদ লৈ ৰত্নাকৰৰ শেষ প্ৰচাৰ চলালে টিম ৰত্নাকৰে। কাইলৈ অৰ্থাৎ ১১ অক্টোবৰত ৰাজ্যৰ সকলো চলচ্চিত্ৰ গৃহত মুক্তি লাভ কৰিব যতীন…
বাল্যকালতে বিয়াত বহা দুই বৃক্ষৰ যুগ্ম জীৱনৰ ১৬টা বছৰত প্ৰৱেশ ||গুৱাহাটী
গুৱাহাটীত বাল্যকালতে বিবাহপাশত আবদ্ধ হোৱা দুই বৃক্ষই বুধবাৰে ভৰি দিছে যুগ্ম জীৱনৰ ষষ্ঠদশ বছৰত। ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সমীপতে বুধবাৰে…
২০১৪ তে ম্যাদ ওকলিছিল নিপক’ৰ বিস্ফোৰিত পাইপলাইনৰ : অভিযোগ কংগ্ৰেছৰ
সোমবাৰে নীপক’ পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনৰ বিস্ফোৰণৰ আঁৰৰ ৰহস্য উদঘাটন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে। ২০১৪ চনতে বিস্ফোৰিত…