NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দাবীৰে চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদানৰ দাবীত চচলত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদকাৰী সকলে গুৱাহাটীৰ চৰকাৰী মাটি,…

কল্পজ্যোতি শইকীয়া · September 13, 2019 2:26 pm
অসম

অস্তিত্বৰ সংকটত মহানগৰীৰ মাজ মজিয়াৰ এখন ঐতিহ্য বহনকাৰী বিদ্যালয়

ব্ৰিটিছৰ শাসনৰ সময়তে অৰ্থ্যাৎ ১৮৯৪ চনতে স্থাপিত বহু ঐতিহ্যৰ সাক্ষ্য বহন কৰি অহা মহানগৰীৰ এখন বিদ্যালয়। কিন্তু চৰকাৰৰ অৱহেলাৰ বাবেই বৰ্তমান অস্তিত্বৰ…

কল্পজ্যোতি শইকীয়া · September 13, 2019 6:56 am
অসম

মুখ্য মন্ত্ৰী সোণোৱাল আৰু মুমিনুল আৱালে আছুত থাকোতে ছোনিয়া গান্ধীৰ ওচৰত আঁঠু লৈ আহিছিল নেকি? উত্তৰ বিচাৰিলে লুৰিণে

‘’ছাত্ৰ সন্থাই ৰাহুল গান্ধীক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ল’বলৈ অনুৰোধ জনোৱাটো সাংঘাতিক অপৰাধ হ’ল বুলি মুখ্য মন্ত্ৰী আৰু নেতা-পালিনেতাই…

কল্পজ্যোতি শইকীয়া · September 12, 2019 9:20 pm
অসম

অৱশেষত মৃত্যুক আকোৱালি ল’লে মহানগৰীৰ গুলি চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত কৰ্মচাৰীয়ে

মহানগৰীৰ কুমাৰপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হোৱা শ্যাম সুন্দৰ শৰ্মা(৫০) নামৰ কৰ্মচাৰীজনৰ অৱশেষত মৃত্যু হয়। বৰ্তমান গুৱাহাটীৰ কুমাৰপাৰাৰ নিৱাসী লোকজনৰ প্ৰকৃত…

কল্পজ্যোতি শইকীয়া · September 12, 2019 8:32 pm
অসম

মহানগৰীত গুলিচালনাৰ ঘটনা : গুৰুতৰভাৱে আহত ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী

মহানগৰীৰ কুমাৰপাৰাত সংঘটিত হৈছে গুলিচালনাৰ এক চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া কুমাৰপাৰাত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হয়…

কল্পজ্যোতি শইকীয়া · September 12, 2019 6:41 pm
অসম

বিপদসংকুল অৱস্থাত থকা বিদ্যুতৰ তাঁৰে মহানগৰীত বিপদ মাতিলে শ্ৰমিকলৈ

গুৱাহাটী মহানগৰীৰ ছয় মাইলত আজি দুপৰীয়া প্ৰায় ১২ বজাত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হোৱা এক ঘটনাই অঞ্চলটোত…

কল্পজ্যোতি শইকীয়া · September 11, 2019 8:06 pm
অসম

আছুৰ নেতৃত্ব আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুমিনুল আৱাল

‘আছুৰ নেতাই কিছুদিনৰ আগতে কৈছিল, ৰাহুল গান্ধী বোলে অসমৰ বাবে ত্ৰাণকৰ্তা। আছু আৰু কংগ্ৰেছৰ সুৰ আজি একেই। কংগ্ৰেছ আৰু আছুৰ বৰ্তমানৰ নেতৃত্ব…

কল্পজ্যোতি শইকীয়া · September 11, 2019 5:52 pm
অসম

NRC-ত নাম বাদ পৰা ভাৰতীয়ক বিচাৰি শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ ৫৭জনীয়া দলৰ অভিযান

অসম প্ৰদেশ কংগ্ৰেছে সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা নাম বাদ পৰা সকলো ভাৰতীয় নাগৰিকক সহায়ৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ এটা অভিযান…

কল্পজ্যোতি শইকীয়া · September 11, 2019 2:17 pm
অসম

সংবাদমেলত ৰিপুণ বৰাৰ কটাক্ষ, “বিজেপিয়ে এতিয়া কিয় NRC-ৰ ক্ৰেডিট নলয়?”

কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ বাঘজৰী ধৰি থকা বিজেপিক কেৱল ভোটৰ স্বাৰ্থতহে বিদেশী খেদাৰ কথা কোৱা দল আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ…

কল্পজ্যোতি শইকীয়া · September 11, 2019 1:00 pm
অসম

বিটিচি নিৰ্বাচনৰ পুঁজি গোটোৱাৰ স্বাৰ্থত জনস্বাস্থ্য বিভাগত দুৰ্নীতিৰ পোহাৰ মেলিছে মন্ত্ৰী ৰিহন দৈমাৰীয়ে : অসমীয়া যুৱ মঞ্চ

‘বিটিচি নিৰ্বাচনৰ পুঁজি গোটোৱাৰ স্বাৰ্থত জনস্বাস্থ্য বিভাগত দুৰ্নীতিৰ পোহাৰ মেলিছে মন্ত্ৰী ৰিহন দৈমাৰীয়ে।‘ দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জনস্বাস্থ্য বিভাগৰ…

কল্পজ্যোতি শইকীয়া · September 10, 2019 9:16 pm