Author: কল্পজ্যোতি শইকীয়া
প্ৰসংগ জাতিধ্বংসী বিধেয়ক : আলোচনাত বহিল ৭০ সংগঠন আৰু কংগ্ৰেছ
নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ চাৰিওফালে অগ্নিগৰ্ভ পৰিস্থিতি চলি থকাৰ সময়তে শুকুৰবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত হোটেল গেটৱেত আলোচনাত মিলিত হয় ৭০ টা…
৭০ টা সংগঠনে উঠাই ল’লে ২৭ জানুৱাৰিৰ পথ অৱৰোধ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টা সংগঠনে।…
অসমীয়া আৰু অসমীয়াৰ মাজত যুঁজ লগোৱাটোৱেই বিজেপিৰ উদ্দেশ্য : অখিল গগৈ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ প্ৰতি আজি নজিৰবিহীনভাৱে আক্ৰমণাত্মক হৈ পৰে কৃষক মুক্তিৰ নেতা অখিল গগৈ। এখন সংবাদমেলত নেতাজনে দুয়োজনকে…
অসমৰ কাৰাৰুদ্ধ অপৰাধীলৈ সুখবৰ, শাস্তিৰ ম্যাদ কমাই দিছে ৰাজ্য চৰকাৰে
গণৰাজ্য দিৱস উপলক্ষে অসমৰ আদালতৰ আওতাত থকা সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত বিভিন্ন শ্ৰেণীৰ কাৰাবন্দীৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ২৬…
অসম চুক্তিখন বুজি পাবলৈ হিমন্ত বিশ্বক ৩৩ বছৰ লাগিল : মহন্ত
‘’কুম্ভকৰ্ণক ৬ মাহ সময় লাগিছিল শোৱাৰ পৰা উঠিবলৈ, তেওঁক ৩৩ বছৰ লাগিল অসম চুক্তি বুজি পাবলৈ।‘’ অসম চুক্তিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব…
অসমক নিঃশেষ কৰাৰ কাৰণে হিমন্ত-সৰ্বাই অগপক ব্যৱহাৰ কৰিছে!
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতিত অটল থকা অসম গণ পৰিষদে ইতিমধ্যে বিজেপিৰ মিত্ৰজোঁট ভংগ কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ…
বিধেয়ক গৃহীত হ’লে অসমৰ কৃষ্টি-সংস্কৃতি-ঐতিহ্য অধিক শক্তিশালী হৈ উঠিব : মুখ্য মন্ত্ৰী
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসম তথা উত্তৰ-পূবৰ কলা-সংস্কৃতি, ঐতিহ্য বিপন্ন হ’ব বুলি ইতিমধ্যে বৌদ্ধিক মহল তথা বিভিন্ন জাতীয় দল-সংগঠনে সদৰী কৰি…
জাতিধ্বংসী বিধেয়কৰ ওপৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে ক্ষোভৰ জুই চলি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ ওপৰত…
বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত জোঁৰ লৈ প্ৰতিবাদ ৭০টা সংগঠনৰ
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ ‘বজ্ৰ নিনাদ’ৰ পাছতে সন্ধিয়া এক জোঁৰ প্ৰতিবাদ সাব্যস্ত কৰে ৭০টাকৈ…
হিমন্ত বিশ্বৰ জীৱনটোৱেই ছিণ্ডিকেট : কংগ্ৰেছৰ সংকল্প দিৱসত ৰিপুণ বৰা
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছে আজি ‘সংকল্প দিৱস’ উদযাপন কৰে। এই উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি…