Author: কল্পজ্যোতি শইকীয়া
আলফা উগ্ৰবাদ, তাৰ পৰা আঁতৰি থকাটো উচিত : জুবিন গাৰ্গ
‘’আলফা উগ্ৰবাদ, তাৰ পৰা আঁতৰি থকাটো উচিত’’-ৰহাৰ সীতা জখলাত বুধবাৰে নন্দুলাল ৰাজ্যিক কৃষি বঁটা প্ৰদান ২০১৮’ অনুষ্ঠান উপলক্ষে আয়োজন কৰা এক সংগীতানুষ্ঠানত…
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ লগত অহা বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু
যোৱা ৬ নৱেম্বৰৰ দিনা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা কনভয়ৰ গাড়ীৰ খুন্দাত মহানগৰীত থকা ত্ৰিপুৰাৰ অনুপম চাকমা নামৰ এজন…
আৰক্ষী প্ৰশাসনৰ বাধা! প্ৰত্যাহ্বান গ্ৰহণ কৰি অখিলৰ হুংকাৰ
কাইলৈ দিচপুৰ জনতা ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মুঠ ৭০ টা সংগঠনে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল যদিও কামৰূপ…
নাগৰিকত্ব সংশোধনী বিধেয়কক মূল ইচ্ছ্যু হিচাপে লৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত নামিব জনতা দল
ৰাজ্যত পুনৰ ভূমুকি মাৰিছে জনতা দলে। বিহাৰৰ মুখ্য মন্ত্ৰী নিতিশ কুমাৰৰ নেতৃত্বত থকা ‘জনতা দল(য়ুনাইটেড)এ ইতিমধ্যে ৰাজ্যত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে…
প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে দিচপুৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে কৰা নাই তদন্ত! মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল দুলাল বৰা
চলিত বৰ্ষৰ ২ মে’ৰ দিনা দিচপুৰ থানাত প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰ চেনিয়াৰ বিৰুদ্ধে আৰ টি আই কৰ্মী দুলাল বৰাই সাৰদা…
প্ৰধান মন্ত্ৰী মোদীক মিছলীয়া বনালে বিজেপিৰ জয়ন্ত মল্লই: দেৱব্ৰত শইকীয়া
নাগৰিকত্ব বিধেয়ক বিৰোধী সংগঠন কংগ্ৰেছৰ ক’লা ধনেৰে চলা বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যই ‘মিছলীয়া’ সাজিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ…
এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী : জয়ন্ত মল্ল বৰুৱা
‘অসমৰ বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী’, এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ। বুধবাৰে…
শিলাদিত্যক লৈ বিজেপিতে ভিন্ন মত; উপ-সভাপতি তৌফিক ৰহমানৰ মতে ‘বিকৃত মস্তিষ্ক’ৰ, মুখপাত্ৰ মুমিনুল আৱালৰ মতে ‘ঠিকেই কয়’
“কিছু দিনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন সভাত বিধায়ক শিলাদিত্যৰ মন্তব্যক বিভেদমূলক আৰু আবোল-তাবোল আখ্যা দিয়া দলটোৰ মুখপাত্ৰ মুমিনুল আৱালক আজি…
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ এসময়ৰ প্ৰেছ সচিব বিচিত্ৰ চৌধুৰীৰ বিজেপিত যোগদান
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এসময়ৰ প্ৰেছ সচিব তথা সৌ সিদিনালৈকে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ পদত থকা বিচিত্ৰ চৌধুৰীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপি…
এটেনশ্যন স্বাস্থ্য মন্ত্ৰী! ৰাজ্যৰ স্বাস্থ্যখণ্ডত সৰ্বাধিক হাৰত প্ৰসূতিৰ মৃত্যু
যোৱা প্ৰায় পোন্ধৰতা বছৰত তথাকথিত দক্ষ মন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ উন্নয়নৰ স্বৰূপ উদং খাইছে শেহতীয়াকৈ পোহৰলৈ অহা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ…