Author: কল্পজ্যোতি শইকীয়া
‘এইবাৰ ৰাইজ নাচোৰবান্দা, হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ পৰা খেদাই দিব’ : কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ দাবী
‘জালুকবাৰী সমষ্টিত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঢৌ বলিছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো জনপ্ৰিয়তা নাই, তেওঁ অসমৰ চাৰিওফালে জনপ্ৰিয়তা কিনিবলৈ যায়।‘ জালুকবাৰী…
কংগ্ৰেছৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা; পশ্চিম গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ
কংগ্ৰেছৰ হাজোকে ধৰি তিনি সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। হাজো সমষ্টিত আনোৱাৰ হুছেইন, পশ্চিম গুৱাহাটী সমষ্টিত ন কংগ্ৰেছী মীৰা বৰঠাকুৰ আৰু…
ত্যাগৰ পাছত ত্যাগ! এইবাৰ ত্যাগ কৰিলে ৰাইজৰ দলৰ ৰাছেল হুছেইনে
বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এটাৰ পাছত আন এটা সৰ্বোচ্চ ত্যাগ কৰিছে ৰাইজৰ দলে। অখিল গগৈয়ে মৰিয়নী সমষ্টিৰ পৰা মনোনয়ন উঠাই লোৱাৰ পাছত…
তৃতীয় পৰ্যায়ৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ : জালুকবাৰীত হিমন্তৰ প্ৰতিদ্বন্দ্বী কোন?
ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। মংগলবাৰে দলটোৱে এখন ২১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত তালিকা…
বিজেপিৰ তৃতীয় পৰ্য্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?
বিজেপিয়ে তৃতীয় পৰ্য্যায়ৰ তালিকা প্ৰকাশ কৰি উলিয়াইছে। তালিকা অনুসৰি দিচপুৰ সমষ্টিত বিদ্ৰোহী বিধায়ক অতুল বৰা, পূৱ গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, হাজোত সুমন…
মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো: অখিল গগৈ
অসমবাসী ৰাইজলৈ এক বিনম্ৰ আহ্বান জনাইছে কাৰাবন্দী নেতা অখিল গগৈয়ে। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা…
ফটা বাঁহত জোৰা লগাবলৈ ‘অভিমানী’ শিলাদিত্যৰ বাসগৃহত উপস্থিত দাদা বিগ্ৰেডৰ পীযুষ
ফটা বাঁহত জোৰা দিবলৈ অৰ্থ্যাৎ বিজেপিৰ পৰা টিকট বঞ্চিত অভিমানী শিলাদিত্য দেবৰ হোজাইৰ বাসগৃহত উপস্থিত হ’লগৈ দাদা বিগ্ৰেডৰ অন্যমত নেতা পীযুষ হাজৰিকা।…
বিষয় কৃষক আন্দোলন: অসমলৈ আহিব বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱসহ ৬ কৃষক নেতা
দেশৰ কৃষিক্ষেত্ৰ, উদ্যোগক্ষেত্ৰ আদিত ক’লা আইন গ্ৰহণেৰে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে দেশখনৰ কৃষক শ্ৰমিকৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক স্বাধীনতা হৰণ কৰি একাংশ পুঁজিপতি…
অগপৰ দ্বিতীয়খন তালিকা প্ৰকাশ; ক’ত কাক দিলে প্ৰাৰ্থিত্ব?
অগপৰ দ্বিতীয়খন তালিকা আজি প্ৰকাশ কৰা হৈছে। সেই অনুসৰি, ৮২ নং ৰহা সমষ্টিত বিষ্ণু দাস, ৬৮ নং দলগাওঁ সমষ্টিত হবিবৰ ৰহমান, ৪…
ফেডাৰেল, আত্মনিৰ্ভৰশীল অসমৰ লক্ষ্যৰে ‘ৰাইজৰ দলে’ প্ৰথমে প্ৰকাশ কৰিলে ‘ভিজন ডকুমেন্ট’
বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ ‘ৰাইজৰ দলে’ আজি সন্ধিয়া প্ৰকাশ কৰিলে ‘ভিজন ডকুমেন্ট’। শিক্ষাবিদ-বুদ্ধিজীৱী আৰু শিল্পীৰ এখন কমিটিয়ে প্ৰস্তুত কৰি উলিয়ালে…