Author: কল্পজ্যোতি শইকীয়া
কিয় ‘কা’ৰ সমৰ্থনত ভোট দিছিল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই? ক’লে অতুল বৰাই
কিয় ‘কা’ৰ সমৰ্থনত ভোট দিছিল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই? সেই কথা আজি বিৱৰী ক’লে অগপ সভাপতি অতুল বৰাই। আজি আমবাৰীস্থিত অগপৰ…
আজি কৃষক সংগঠনৰ ভাৰত বন্ধৰ আংশিক প্ৰভাৱ দেখা গ’ল মহানগৰীত
গুৱাহাটীত নপৰিল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দেখা গ’ল কৃষক সংগঠনে দিয়া বন্ধৰ আংশিক প্ৰভাৱ। আজি কৃষকৰ বিভিন্ন দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ…
বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ জুবিন : জানুৱাৰীৰ পৰা কৰিব ‘কা’ আন্দোলন
পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গ’ল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক। জানুৱাৰী মাহৰ পৰা বিজেপি চৰকাৰে ‘কা’খন সমগ্ৰ দেশতে বলবৎ…
মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড, তীব্ৰ আতংক বিৰাজমান
দেওবাৰে দুপৰীয়া মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। খ্ৰীষ্টানবস্তিৰ ব্ৰীজমোহন গাড়ী চাৰ্ভিচিং চেণ্টাৰত লগা জুই এতিয়ালৈকে নিৰ্বাপন কৰিব পৰা হোৱা…
বিটিচিত পিতৃ হিমন্তৰ সৈতে নিৰ্বাচনী প্ৰচাৰত নামিল ১৯ বছৰীয়া নন্দিল
বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ শেষৰ নিৰ্বাচনী প্ৰচাৰৰ দিনা দেখা গ’ল এক দৃশ্য। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেখা গ’ল তেওঁৰ ১৯ বছৰীয়া…
বিয়পিব সাম্প্ৰদায়িক ৰাজনীতি! ডিচেম্বৰতে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আছাদুদ্দিন ৱাইছি
বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্যৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি থকা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইছিৰ এইবাৰ লক্ষ্য অসমৰ ২০২১ ৰ বিধানসভাৰ নিৰ্বাচন।…
ভোটদান অনুষ্ঠিত হোৱাৰ পূৰ্বেই বিটিচিত বিজয়ী ঘোষণা সাংসদ নৱ শৰণীয়াৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সৈতে লগ লাগি অসমীয়া ভাষাক চতুৰ্থ স্হানলৈ অবনমিত…
কা-বিৰোধী আন্দোলনৰ সময়ত চাচনীৰ ধান বিক্ৰী কৰি ৰাইজে দিয়া ধন আছুক অৰ্পণ কৰিলে লুৰীণে
কা বিৰোধী আন্দোলনৰ আৱেগিক মুহূৰ্তত উচ্চতম ন্যায়ালয়ত আইনী যুঁজ দিবৰ বাবে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ হাতত নাহৰকটীয়াৰ চাচনীৰ জনসাধাৰণে ধান বেছি…
নৰ্থ ইষ্ট নাওৰ আছুতীয়া সাক্ষাৎকাৰত আবেগবিহ্বল লুৰীণজ্যোতি; অতীতমধুৰ স্মৃতি সুঁৱৰি কি ক’লে?
বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়া হয় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা আছুৰ…
গুৱাহাটীৰ এখন বিশেষ আশ্ৰমত মোহন ভাগৱত; আজি মুখ্যমন্ত্ৰীক কৰিব সৌজন্যমূলক সাক্ষাৎ
মঙলবাৰে সন্ধিয়াভাগত তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আহি উপস্থিত হৈছেহি RSS ৰ প্ৰধান মোহন ভাগৱত। গুৱাহাটীৰ মালিগাঁওৰ আদিমগিৰী পাহাৰৰ বনবাসী আশ্ৰমত বাহৰ পাতি আছে…