Author: কল্পজ্যোতি শইকীয়া
কিছু পৰিমাণে স্বাভাৱিক তৰুণ গগৈৰ স্বাস্থ্য; বৰ্তমানো দি থাকিবলগীয়া হৈছে অক্সিজেন
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কে সাংবাদিক সকলক আজি অৱগত কৰে অভিজিত শৰ্মাই।…
দেৱালত চিত্ৰ অংকন অপৰাধ নেকি? অখিল গগৈৰ চিত্ৰ অংকন কৰি আটক চিত্ৰশিল্পী
অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীৰ বশিষ্ঠৰ এখন দেৱালত ছবি আঁকি থকা অৱস্থাত ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ চিত্ৰকৰ তথা ছাত্ৰ মুক্তিৰ…
কামাখ্যা মন্দিৰৰ কলচীত ১৯ কিলো সোণেৰে নতুন প্ৰলেপ লগোৱালে ৰিলাইন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড-এ
উত্তৰ পূৱ ভাৰত বিখ্যাত ঐতিহ্যসম্পন্ন কামাখ্যা মন্দিৰৰ শিখৰত থকা কলচীত সোণৰ প্ৰলেপ লগালে আম্বানীৰ ৰিলাইন্স ইণ্ডাষ্টিজ লিমিটেড-এ। দুৰ্গা পূজাৰ পূৰ্বৰে পৰা এই…
জন্মদিনত জুবিন গাৰ্গৰ সংকল্প : প্ৰত্যেক মাহতেই এটা এটা গীত উপহাৰ দিব শ্ৰোতালৈ
আজি ৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। তথাপিও যেন অনুৰাগীসকলৰ বাবে চিৰ তৰুণ সফল ডেকা হৈয়ে আছে জুবিন গাৰ্গ। ৰাজ্যৰ…
সাৱধান মহানগৰবাসী! : পানীৰ মাচুল নিদিলেই কৰ্তন হ’ব পানী যোগান
গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত। যদি মহানাগৰিক হিচাপে আপুনি পানীৰ মাচুল পৰিশোধ কৰা নাই তেন্তে শীঘ্ৰেই পৰিশোধ…
‘বন্ধু’ হিমন্তক কংগ্ৰেছলৈ আনি যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰী পাতিব ৰকিবুলে!
‘বন্ধু’ ডঃ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কংগ্ৰেছলৈ ওভটাই আনি যিকোনো প্ৰচেষ্টাৰ বিনিময়ত মুখ্যমন্ত্ৰীৰ আসনত বহোৱাব বুলি মন্ত্ৰী হিমন্তক কটাক্ষ কৰিছে প্ৰাক্তন মন্ত্ৰী…
আছু নেৰে; সভাপতিৰ দৌৰত লুৰীণজ্যোতি গগৈ! : সভাপতি-সাধাৰণ সম্পাদকৰ দৌৰত আৰু কোন কোন?
কাইলৈৰ পৰা দুলীয়াজানত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশনলৈ মাজত মাথো কেইটামান ঘন্টা বাকী। এতিয়াৰে পৰা…
সেনাৰ পোছাকত এইসকল কোন? আজাৰা আৰক্ষীয়ে আটক কৰিলে ১১জনকৈ ভুৱা আৰ্মী
বৰঝাৰ বিমান বন্দৰৰ সমীপৰ পৰা আজাৰা আৰক্ষীয়ে আটক কৰে ১১ জনকৈ ভুৱা আৰ্মীক। নিশা ৰাজপথত আৰ্মীৰ কাপোৰ পিন্ধি পথত ৰৈ আছিল আটাইকেইগৰাকীয়ে।…
‘বিজেপিত অগ্নিপৰীক্ষা দি দি অশান্ত হৈ পৰিছে মন্ত্ৰী হিমন্ত’ : মীৰা বৰঠাকুৰ
‘যদি হিমন্ত বিশ্ব শৰ্মাক অফ কেমেৰা সোধে তেন্তে তেওঁ নিজেই ক’ব বিজেপিত অতিকৈ অশান্ত মানুহজন তেওঁ। বিজেপিত অগ্নি পৰীক্ষা দি দি হিমন্তই…
বিটিচিত বিজেপি চৰকাৰ হ’লেই লাফিকুল হত্যাকাৰীক চিনাক্ত কৰা হ’ব : মন্ত্ৰী হিমন্তৰ ঘোষণা
ৰাজ্য কঁপাই যোৱা এবিএমছুৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ গতিত হ’ব। বিটিচিত বিজেপি চৰকাৰ আহিলেই লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি উলিওৱা…