Author: ময়ূখ গোস্বামী
শিলাবৃষ্টিৰ ফলত মঙলদৈত ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা
মঙলদৈ চহৰত দেওবাৰে গধূলি অহা এজাক শিল বৰষুণে শীতৰ প্ৰকোপ বৃদ্ধি কৰে আৰু নাগৰিকসকলক ঘৰৰ ভিতৰতে আৱদ্ধ থাকিবলৈ বাধ্য কৰে। সন্ধিয়া প্ৰায়…
দৰঙত ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম মুগাসূতা কটা প্ৰকল্প স্থাপন
নতুন বছৰটোৰ প্ৰাক ক্ষণত ৩১ ডিচেম্বৰত দৰং জিলাই লাভ কৰিছে ৰাজ্যৰ বৃহত্তম মুগাসূতা কটা প্ৰকল্প। ৩০ কোটি টকীয়া এই প্ৰকল্পটো স্থাপন কৰা…
শিশুৰ দত্তক গ্ৰহণৰ নামত চলে শিশুৰ অবৈধ সৰবৰাহ; ব্যৱস্থা গ্ৰহণৰ দাবীৰে দৰং জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ
শিশুৰ দত্তক গ্ৰহণৰ (Adoption) নামত দৰং জিলাত চলি আছে শিশুৰ অবৈধ আৰু অনৈতিক সৰবৰাহ। শিশুৰ অধিকাৰৰ হৈ কাম কৰা ক্ৰিষ্টেল ভিজন নামৰ…
কোনোমতে মেট্ৰিকৰ ডেওনা পাৰ হোৱা ভুৱা এম বি বি এছ ডিগ্ৰীধাৰী চিকিৎসকক গ্ৰেপ্তাৰ
বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন ভুৱা চিকিৎসকক। ভুৱা চিকিৎসকজনৰ পৰা আৰক্ষীয়ে চিকিৎসা সম্পৰ্কীয় সঁজুলিৰ লগতে কিছু পৰিমাণে…
ডাম্পাৰৰ খুন্দাত জীৱন গ’ল প্ৰাতঃভ্ৰমণলৈ যোৱা দুগৰাকী মহিলাসহ তিনিজনৰ
মঙলদৈ-ভুটিয়াচাং ৰাজ্যিক পথৰ চপাইত আজি পুৱা সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুগৰাকী মহিলাসহ এজন পুৰুষে মৃত্যুমুখত পৰে। জানিব পৰা অনুসৰি…
দৰঙত অগ্নিকাণ্ডত জাহ গ’ল বহুকেইখন দোকান
দৰং জিলাৰ ধুলাত থকা সোণালী ছুপাৰ মাৰ্কেটত শনিবাৰে মাজনিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো দোকান আৰু আন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত হয়। উক্ত…
১ নবেম্বৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান
মিনি কাজিৰঙা হিচাপে পৰিচিত দৰং জিলাৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্প পৰ্যটক সকলৰ বাবে ১ নবেম্বৰৰ পৰা পুনৰ মুকলি…
সাংবাদিকৰ প্ৰশ্ন ভেন্সাৰ স্কুলৰ প্ৰতিশ্ৰুতি সম্বন্ধে, মুখ্য মন্ত্ৰীৰ উত্তৰ, “বাপুজীৰ আদৰ্শেৰে আগুৱাই যাম”
প্ৰাক্তন বিজেপি মন্ত্ৰী তপন গগৈয়ে সাংবাদিকৰ প্ৰশ্নত অন্য উত্তৰ, অৰ্থাৎ সংগতিহীন উত্তৰ দিয়াৰ দৰে কাণ্ড কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। দৰং জিলাৰ…
ফ্লিপকাৰ্ট অনলাইন শ্বপিং বিতৰণ কেন্দ্ৰত চুৰিকাণ্ড : গাঁওবুঢ়া গ্ৰেপ্তাৰ, বৰ্তমানলৈ উদ্ধাৰ ৭,১৮,৫০০ টকা
মঙলদৈৰ ৮ নং ৱাৰ্ডত থকা ফ্লিপকাৰ্ট অনলাইন শ্বপিঙৰ বিতৰণ কেন্দ্ৰত সংঘটিত চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত মঙলদৈ আৰক্ষীয়ে মঙলবাৰে আন এগৰাকী…
জলসিঞ্চন “দুৰ্নীতি”ৰ প্ৰতিবেদনত পলম হ’ব: তদন্ত সমিতি ||মঙলদৈ
মঙলদৈ জলসিঞ্চন সংমণ্ডলত উঠা দুৰ্নীতিৰ অভিযোগৰ তদন্তকাৰী সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদনত দাখিলত পলম হ’ব বুলি মন্তব্য কৰিছে। নৰ্থইষ্ট নাওক শুকুৰবাৰে এই কথা জনাইছে…