Author: ময়ূখ গোস্বামী
পিষ্টল আৰু গুলীৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱকক
দৰং আৰক্ষী আৰু সেনাৰ ১৪ গাৰোৱাল ৰাইফলছৰ জোৱানৰ এক যুটীয়া অভিযানত শুকুৰবাৰে এখন যাত্ৰীবাহী বাছৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানকাৰী…
ড্ৰাগছ সৰবৰাহত জড়িত শিক্ষয়ত্ৰী আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ
ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে এগৰাকী শিক্ষয়ত্ৰীৰ লগতে তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুগৰাকীক মঙলদৈ চহৰৰ বাঘপৰী অঞ্চলৰ…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মেগজিনসহ থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ
দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা বাহিনীৰ লোকে উদ্যানৰ সীমান্তৱৰ্তী ২নং কছাৰি ভেটিটপ গাঁৱৰ এটা পুখুৰীৰ পৰা বুধবাৰে…
বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা দশম শ্ৰেণীৰ ছাত্ৰীক ৰাস্তাতে নৃশংস হত্যা
আজি দৰং জিলাৰ দলগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ তথা জঘন্য হত্যাকাণ্ড। দিন দুপৰতে ৰাস্তাৰ ওপৰত এগৰাকী কিশোৰীক নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈ…
দৰঙৰ মাদ্ৰাছাত বস্তাই বস্তাই ওলাল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল
চৰকাৰে সৰ্বসাধাৰণ লোকৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত যোগান ধৰা চাউল ক’লা বজাৰত বিক্ৰী হৈ অহা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আজি…
দৰঙত তিনিদিন ধৰি চলা শিক্ষকৰ শ্ৰেণীবৰ্জনে বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীক
বিগত পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত ঠিকাভিত্তিক শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবীত যোৱা ২ আগষ্টৰ পৰা গ্ৰহণ কৰা শ্ৰেণীবৰ্জন কাৰ্যসূচীয়ে আজি তিনিদিনত…
নৈত সাঁতুৰিবলৈ গৈ দৰঙত শিশুৰ সলিল সমাধি
দৰং জিলাৰ মাজেৰে বৈ যোৱা ছুকাজানি নৈত গা ধুবলৈ গৈ কালি অৰ্থাৎ দেওবাৰৰ পৰা সন্ধানহীন হৈ থকা মানিক পৰ্জা (১২) নামৰ শিশুটিৰ…
দৰং জিলাত জাপানীজ এনকেফেলাইটিছত মৃত্যু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শকৰ
ৰাজ্যত বানপানীৰ সমান্তৰালভাৱে কালৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছে দৰং জিলাত আৰু এগৰাকী লোকৰ প্ৰাণ কাঢ়ি নিলে। প্ৰাপ্ত খবৰ অনুসৰি দৰং জিলাৰ মঙলদৈ…
ক্ষীৰোদ বৰুৱা স্মাৰক আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড় শ্ৰেষ্ঠ
ওদালগুৰি জিলাৰ ভেৰগাঁৱত অনুষ্ঠিত ক্ষীৰোদ বৰুৱা স্মাৰক ৬৭ সংখ্যক আন্তঃজিলা ছিনিওৰ ফুটবল চেম্পিয়নশ্বিপৰ আজিৰ ফাইনেলত ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাই তিনিচুকীয়াৰ ফুটবল দলক…
মঙলদৈ আৰক্ষীৰ জালত পৰিল তিনি গভাইত বাইক চোৰ
ৰাজ্যত ক্ৰমান্বয়ে বাইক চুৰি চক্ৰৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে কালি অৰ্থাৎ দেওবাৰে নিশা তিনিটাকৈ গভাইত বাইক চোৰ দৰং আৰক্ষীৰ জালত পৰে। জিলা আৰক্ষী…