Author: বিদ্যুত জ্যোতি বৰা
চামগুৰিত গাওঁ পঞ্চায়তৰ সভাত কংগ্ৰেছ, বিজেপি সমৰ্থকৰ মাজত খণ্ড-যুদ্ধ
আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে, সিমানেই নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল…
অসম বিধান সভা নিৰ্বাচনত মহাজোঁট গঠন কৰিব কংগ্ৰেছে
নগাওঁ লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দেওবাৰে কয় যে অসম বিধান সভাৰ ’২১ৰ নিৰ্বাচনত কংগ্ৰেছে মহাজোঁট গঠন কৰিব। তেওঁ কয় যে…
অসমত তিনিশৰ দিশে ক’ভিডত মৃতকৰ সংখ্যা
আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মৃতকৰ সংখ্যা ২৯৬লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—গোলাঘাটৰ বিদ্যাদীপ ভূঞা (৪৮) আৰু…
শিক্ষা মন্ত্রীৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ
অসমৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বৰ্তমানেও বুকুত পুহি ৰাখিছে যদিও শিক্ষা তথা বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব…
অসমত ১৪৪০ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২০,৯৯২
১৪৪০গৰাকী ব্যক্তিয়ে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ শনিবাৰে চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৮২,৫১০লৈ…
অসমত ২৪২৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৫৮ শতাংশলৈ বৃদ্ধি
২৪২৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৫৮ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৬.৩৮ শতাংশ।…
অসমত আৰু তিনি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি
আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—ডিব্ৰুগড়ৰ দীপালী ভূঞা (৭৬),…
আনলক ৪: ছেপ্তেম্বৰত কি খোল খাব, কি বন্ধ থাকিব? ||সবিশেষ
কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ে শনিবাৰে আনলক ৪ৰ নিৰ্দেশনাৱলী জাৰি কৰিছে। ১ ছেপ্তেম্বৰৰ পৰা এইসমূহ কাৰ্য্যকৰী হ’ব। এই নিৰ্দেশনাৱলীত ২১ ছেপ্তেম্বৰৰ পৰা সৰ্বোচ্চ ১০০গৰাকী…
মাৰ্ঘেৰিটাৰ তিৰাপ সমবায় সমিতিৰ পৰা ৫৪ বেগ চাউল চুৰি
মাৰ্ঘেৰিটা মহকুমাৰ তিৰাপ সমবায় সমিতিৰ পৰা ৫৪ বেগ চাউল চুৰি হোৱাৰ ঘটনা আজি পোহৰলৈ আহিছে। পৰিচালনা সমিতি আৰু এজেণ্টৰ বুজাবুজিৰে এই চাউলখিনি…
এক লাখৰ সীমা অতিক্ৰম কৰিলে অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যাই
ক’ভিড১৯ পজিটিভ চিনাক্ত মুঠ ব্যক্তিৰ সংখ্যাই অসমত শুকুৰবাৰে এক লাখৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ১,০১,৩৬৭গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে। ২৫৬০গৰাকী…