Author: এন ই নাও নিউজ
অসমত ১৩১৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৪৬%
১৩১৭গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা কিছুদিনৰ তুলনাত পজিটিভৰ হাৰ কিছু বৃদ্ধি পাই ৬.৪৬ শতাংশ হৈছে। যোৱা ২৪ ঘণ্টাত…
অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি
আৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ মুহিবুদ্দিন…
প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহান আৰু নাই
ভাৰতৰ প্ৰাক্তন অপেনিং বেটছমেন, উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী চেতন চৌহানৰ দেওবাৰে মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ৭৩ বছৰ। চৌহান যোৱা জুলাইত ক’ভিড১৯…
অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১৮২লৈ বৃদ্ধি
আৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— বঙাইগাঁৱৰ সৰিতা…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনিৰ, সুৰেশ ৰাইনাৰো অৱসৰ
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সৰ্বাধিক সফল অধিনায়ক, দুবাৰৰ বিশ্বকাপ জয়ী মহেন্দ্ৰ সিং ধোনিয়ে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে।…
সশস্ত্ৰ বাহিনীৰ বাবে শৌৰ্য কাৰ্ড মুকলি এইচডিএফচি বেংকৰ
এইচডিএফচি বেংক লিমিটেডে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনা সশস্ত্ৰ বাহিনীৰ লোকসকলৰ বাবে এক নতুন কাৰ্ড মুকলি কৰে৷ ‘শৌৰ্য কেজিচি কাৰ্ড’ শীৰ্ষক এই…
ক’ভিড১৯: অসমত ৫০হাজাৰ অতিক্ৰম আৰোগ্যৰ, নতুনকৈ মুকলি ২৩১০
২৩১০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড-মুক্ত হৈ চিকিৎসালয় এৰিছে আৰু ৰাজ্যত মুঠ আৰোগ্য লোকৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ৫১,৬৯৩গৰাকী…
অসমত ২৭০৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৪৫%
২৭০৬গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৪৫ শতাংশ। যোৱা ২৪ ঘণ্টাত ৪৯,৬০৩টা ক’ভিড টেষ্টৰ মাজত…
অসমত আৰু ছয় ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৭৫লৈ বৃদ্ধি
আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৭৫লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— হাইলাকান্দিৰ ৰহমত…
প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল
প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল আৰু তেওঁ আই চি ইউত আছে। কিছুদিন পূৰ্বে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱা গায়কজন চিকিৎসাধীন…