NORTHEAST NOW (Assamese)

Author: বিদ্যুত জ্যোতি বৰা

অসম

চাহ শ্ৰমিকৰ আৱাস আঁচনি মুকলি, নগাঁৱৰ আমলখি বাগানত মুখ্য মন্ত্ৰী সোণোৱাল

কংগ্ৰেছ দলটোৱে কেৱল ক্ষমতা দখলৰ ৰাজনীতি কৰাৰ বাহিৰে একো নকৰিলে। কংগ্ৰেছে বহু পিছপৰা দৰিদ্ৰ জনসাধাৰণৰ আধুনিক ধ্যান-ধাৰণাৰে উন্নয়নৰ যাত্ৰাত তেওঁলোকক অংশীদাৰ কৰাব…

বিদ্যুত জ্যোতি বৰা · June 30, 2020 9:10 pm
অসম

অসমত ৩১৪গৰাকী নতুনকৈ ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৭২ শতাংশলৈ বৃদ্ধি

৩১৪গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যা মঙলবাৰে ৫৬৪৭লৈ বৃদ্ধি পাইছে। অসমত ক’ভিড আৰোগ্যৰ হাৰো ৭২ শতাংশলৈ বৃদ্ধি পাইছে।…

এন ই নাও নিউজ · June 30, 2020 8:18 pm
অসম

টিকটকৰ ভাৰতীয় বিকল্প এই এপ, অতিক্ৰম ২.৫ মিলিয়ন ডাউনল’ড

ভাৰত-চীন সংঘাত আৰু শেহতীয়াকৈ টিকটককে ধৰি ৫৯টা চীনা এপ ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ মাজতে জনপ্ৰিয় হৈছে বহুকেইটা দেশীয় এপ। চীনা টিকটকৰ বিকল্পৰূপে…

এন ই নাও নিউজ · June 30, 2020 7:11 pm
অৰুণাচল

ধেমাজিত জটিল বান পৰিস্থিতি, এগৰাকী কিশোৰীৰ মৃত্যু

ধেমাজিত বান পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে। তিনিটা ৰাজহ চক্ৰত বানে ব্যাপক ক্ষতি কৰিছে। জীয়াধলৰ বানে ধেমাজি চক্ৰৰ বহু গাওঁ বুৰাই পেলোৱাৰ…

প্ৰফুল্ল কামান · June 28, 2020 10:01 pm
অসম

৫০০০ৰ সীমা অতিক্ৰম অসমত ক’ভিড মুক্তৰ, আৰোগ্যৰ হাৰ বৃদ্ধি

২৭৪গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই দেওবাৰে ৫০০০ৰ সীমা অতিক্ৰম কৰিছে। শেহতীয়াকৈ চিকিৎসালয়ৰ পৰা মুকলি কৰা ব্যক্তিসকলক লৈ…

এন ই নাও নিউজ · June 28, 2020 8:31 pm
অসম

ক’ভিডত অসমত আৰু এজনৰ মৃত্যু

আৰু এগৰাকী ক’ভিড ৰোগীৰ দেওবাৰে অসমত মৃত্যু হৈছে। হেমাংগ মজুমদাৰ নামৰ ৰোগীজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে। ৪৫ বছৰীয়া মজুমদাৰৰ…

এন ই নাও নিউজ · June 28, 2020 7:37 pm
অসম

বি এছ এফত আৰু ৩৩ ক’ভিড পজিটিভ, মুঠ আক্ৰান্ত ৯৪৪

৩৩গৰাকী বি এছ এফৰ লোক যোৱা ২৪ ঘণ্টাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। এইসকলক লৈ বাহিনীটোত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০২লৈ বৃদ্ধি পাইছে। বাহিনীটোত…

এন ই নাও নিউজ · June 28, 2020 5:40 pm
অসম

৫০০০ৰ দিশে অসমত ক’ভিড মুক্তৰ সংখ্যা, আৰোগ্যৰ হাৰ ৬৯.৫৭%

৫৬৭গৰাকী নতুনকৈ ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্য শনিবাৰে ৪৮১৪গৰাকীলৈ বৃদ্ধি পাইছে। এইসকল ব্যক্তিক ধৰি অসমত ক’ভিড আৰোগ্যৰ হাৰে ৬৯.৫৭% স্পৰ্শ…

এন ই নাও নিউজ · June 27, 2020 10:43 pm
অৰুণাচল

লখিমপুৰত বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰ, সোৱণশিৰি; এবেলাত আঠবাৰ পানী এৰিছে নীপক’ই

নেৰানেপেৰা বৰষুণৰ মাজত লখিমপুৰত বানে গুৰুতৰ ৰূপ লোৱাৰ আশংকা সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰকে ধৰি সকলো নৈ শনিবাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে। চুবুৰীয়া অৰুণাচল…

ফাৰহানা আহমেদ · June 27, 2020 10:17 pm
অসম

উত্তৰ অভয়াপুৰীত গুৰুতৰ বান পৰিস্থিতি, পঞ্চাশৰো অধিক গাওঁ প্লাৱিত

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সমষ্টিটোৰ প্ৰায় পঞ্চাশখনৰো অধিক গাওঁ প্লাৱিত হৈছে। আই, মানাহ আৰু পোকালাগী…

ইয়াছিন আলি · June 27, 2020 9:01 pm