Author: এন ই নাও নিউজ
অসমত প্ৰবল বৰষুণক লৈ সতৰ্কীকৰণ জাৰি
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চুবুৰীয়া মেঘালয়ত প্ৰবল বৰষুণৰ আগজাননীৰে মঙলবাৰে সতৰ্কীকৰণ জাৰি কৰিছে। ২৬ৰ পৰা ২৮ মে’ৰ ভিতৰত দুয়োখন ৰাজ্যতে…
গৰ্ভৱতী সাংবাদিকক “আঁতৰোৱা” প্ৰাগ নিউজলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ
এগৰাকী গৰ্ভৱতী সাংবাদিকক “কামৰ পৰা আঁতৰোৱা” গুৱাহাটীস্থিত চেটেলাইট নিউজ চেনেল প্ৰাগ নিউজৰ “অসংবেদনশীল মনোবৃত্তি”ক ৰাষ্ট্ৰীয় মহিলা আয়োগে মঙলবাৰে গৰিহণা দিছে। প্ৰাগ নিউজত…
হাজোত পথৰ ওপৰতে মৰিয়াই হত্যা শাক-পাচলিৰ ব্যৱসায়ীক
এগৰাকী শাক-পাচলি ব্যৱসায়ীক পথৰ ওপৰতে মৰিয়াই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা দেওবাৰে পোহৰলৈ আহে। যোৱা ২২ মে’ত হাজোৰ মনাকুচি গাঁৱত এই ঘটনা…
চামগুৰিত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক জব্দ
আৰক্ষীয়ে শনিবাৰে নিশা নগাওঁ জিলাৰ চামগুৰিত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি এখন ট্ৰাক জব্দ কৰে। চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ তহলদাৰী…
ঈদ-উল-ফিতৰ উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালৰ শুভেচ্ছা
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ-উল-ফিতৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী…
ত্ৰিপুৰাত ১৬ ক’ভিড-১৯ পজিটিভ চিনাক্ত; মুঠ আক্ৰান্ত ১৮৯, আৰোগ্য ১৫৩
ষোল্লগৰাকী ব্যক্তিক শনিবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াকে লৈ ৰাজ্যখনত মুঠ ক’ভিড-১৯ আক্ৰান্ত ১৮৯গৰাকীলৈ বৃদ্ধি পাইছে। ক’ভিড-১৯ পজিটিভ চিনাক্ত আটাইকেইগৰাকী ব্যক্তিয়ে…
লকডাউনৰ মাজতে ৰোজা ভাঙি ৰক্তদান বিশ্বনাথৰ যুৱকৰ
দেশত চলি আছে লকডাউন। চলি আছে কৰোনা মহামাৰীৰ সংহাৰী ৰূপ। ইতিমধ্যে জৰুৰী চিকিৎসাৰ বাবে প্ৰয়োজনৰ হোৱা ৰক্তদানৰ ক্ষেত্ৰত সচেতন বহু লোকে দান…
প্ৰধান মন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব আমফানত বিধ্বস্ত পশ্চিম বংগ, ওড়িছা
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পশ্চিম বংগ আৰু ওড়িছাৰ চাইক্ল’ন আমফান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে প্ৰকাশ কৰা মতে প্ৰধান…
অসমত কি প্ৰভাৱ পেলাব চুপাৰ চাইক্ল’ন আমফানে?
চুপাৰ চাইক্ল’ন আম্ফানৰ প্ৰভাৱ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত পৰৱৰ্তী ২৪ ঘণ্টাত পৰিলক্ষিত হ’ব। এই সামুদ্ৰিক ধুমুহাই অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত ঘণ্টাত…
জ্যেষ্ঠ সাংবাদিক মোজ্জাহিদুল হকৰ অকাল মৃত্যু
জ্যেষ্ঠ সাংবাদিক মোজ্জাহিদুল হকে বৃহস্পতিবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিছে। বিভিন্ন ৰোগত ভুগি থকা হক (৫০) দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু…