Author: এন ই নাও নিউজ
অভি-নীলৰ স্মৃতিত গঠন হ’ব মেমৰিয়েল ট্ৰাষ্ট
এবছৰৰ পূৰ্বে কাৰ্বিআংলঙৰ ডকমকাত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা দুই যুৱক অভি-নীলৰ স্মৃতিত গঠন হ’ব মেমৰিয়েল ট্ৰাষ্ট। আৰু এই ট্ৰাষ্টৰ লক্ষ্য এখন পশু…
যোৰহাটৰ সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত তিনিজনক আটক
নলবাৰী, তিনিচুকীয়াৰ পিছতে যোৰহাটত সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকা তিনিজনক আৰক্ষীয়ে আটক কৰে। ইয়াৰে জ্যোতিপ্ৰসাদ দাস নামৰ যুৱকজনে আক্ৰমণ কৰিছিল যোৰহাটৰ…
এজন আৰক্ষী বিষয়াৰ তৎপৰতাত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখনকৈ যাত্ৰীবাহী ৰে’ল
এজন আৰক্ষী বিষয়াৰ তাৎক্ষণিক তৎপৰতাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখনকৈ যাত্ৰীবাহী ৰেল। ফলত ৰক্ষা পৰিল যাত্ৰীবাহী ৰেল দুখনত…
অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত অস্ত্ৰ-শস্ত্ৰসহ দুজন নাগা যুৱক আটক
অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত শনিবাৰে অৰ্থাৎ ২৭ এপ্ৰিলৰ নিশা সেনা-আৰক্ষীৰ অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ দুজন নাগা লোকক আটক কৰে। ঘটনাৰ বিৱৰণি মতে শনিবাৰে নিশা…
আলফা কৰ্মীক মৃত্যুদণ্ড দিয়াৰ কথা স্বীকাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ
আলফা (স্বা)ৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত সংগঠনটোৱে বহুকেইজন যুৱক তথা সদস্যক চৰম শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া বুলি শেহতীয়াকৈ ওলোৱা এক বাতিৰয়ে…
কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘আমিষ’ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ল নিউৱৰ্কত
অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি ‘আমিষ’ৰ প্ৰিমিয়াৰ শুকুৰবাৰে অৰ্থাৎ ২৬ এপ্ৰিলত নিউৱৰ্কৰ ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। এই ত্ৰিবেকা চলচ্চিত্ৰ…
মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য চাবলৈ পুৰণিগুদামত ভিৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত লোকৰ
পুৰণিগুদামত অব্যাহত থকা শতবছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে নগাঁৱৰ পুৰণিগুদামত ভিৰ…
পুৱাই দুৰ্ঘটনাত পতিত বিবাহযাত্ৰী কঢ়িওৱা ট্ৰেভেলাৰ; ৫ জন নিহত
শনিবাৰে ৰাজ্যত পুৱাতে সংঘটিত হ’ল এক শোকাৱহ তথা ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা ধুবুৰীৰ গৌৰীপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত পাঁচজনকৈ লোক থিতাতে…
উজনিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত; গৌৰীসাগৰ আৰক্ষীৰ জালত চাৰিজন
আজি দীৰ্ঘদিনৰ পৰা উজনি অসমত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। এই কথাৰ সত্যতা প্ৰমাণ কৰি বৃহস্পতিবাৰে নিশা গৌৰীসাগৰত আৰক্ষীৰ জালত পৰে…
সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা মুখ্য মন্ত্ৰীৰ, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা আৰু তিনিচুকীয়াত ৪ যুৱকে এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীক দুৰ্বৃত্তই কৰা আক্ৰমণক…