Tag: COVID-19
শনিবাৰে ৮৭ ক’ভিড-১৯ পজিটিভ, অসমত মুঠ আক্ৰান্ত ৩৪৬গৰাকীলৈ বৃদ্ধি
অসমত ৩৪৬লৈ বৃদ্ধি কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা। এইবাৰ ১৭গৰাকীৰ দেহত ধৰা পৰিছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত সকলৰ ৪ গৰাকী চিৰাং, তিনিচুকীয়াৰ ৪…
অসমত কৰ’না আক্ৰান্ত বৃদ্ধিৰ মাজতে আৰু এটা ভাল খবৰ
অন্য এক ভাল খবৰ। দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠিছে। তেওঁক GMCHৰ পৰা মুক্তি দিয়া হৈছে। তেওঁৰ লগতে অন্য এগৰাকী…
পুনৰ ৰাজ্যত ১০ জন লোকৰ শৰীৰত কোভিড১৯ : ৩২৯ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
ৰাজ্যত ৩২৯ লৈ বৃদ্ধি কোভিড-১৯+ ৰোগীৰ সংখ্যা। এইবাৰ ১০ গৰাকীৰ দেহত ধৰা পৰিছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত সকলৰ ৪ গৰাকী মৰিগাঁও, নলবাৰীৰ…
মহানগৰীৰ তৰুণ নগৰক কনটেইনমেন্ট জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ
গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথত কনটেইনমেণ্ট জ’ন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। আজি পুৱা প্ৰায় ১১ বজাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে…
ৰাজ্যত নতুনকৈ ৭ গৰাকী লোকৰ দেহত কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৬৬ জনলৈ বৃদ্ধি
আজিৰ দিনটোত অসমত ৭ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। ইয়াৰে ৬ গৰাকী হোজাইৰ আৰু এগৰাকী ধুবুৰীৰ। আটাইকেইজন সৰুসজাই…
চৰকাৰে বৃদ্ধি কৰিলে হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰৰ পৰিসৰ; কোনে কোনে কৰিব পাৰে ব্যৱহাৰ?
হাইড্ৰক্সিক্লৰ’কুইনৰ ওপৰত ভাৰত চৰকাৰ আস্থা অটুট আছে। ভাৰতত স্বাস্থ্যকৰ্মীসকলৰ কৰ’নাৰ পৰা ৰক্ষা পোৱাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰ কৰাৰ অনুমতি আছে। এতিয়া চৰকাৰে হাইড্ৰক্সিক্লৰ’কুইনৰ…
কৰ’না ভাইৰাছৰ ভেকচিনক লৈ আশাৰ কিৰণ; অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটি পৰৱৰ্তী পৰীক্ষাৰ বাবে সাজু
কৰ’না ভাইৰাছ মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি ভেকচিনৰ সন্ধানত ক্ষিপ্ৰ গতিত কাম চলি আছে। ইয়াৰ মাজতে য়ুনিভাৰ্ছিটি অফ অক্সফ’ৰ্ডৰ গৱেষকসকলে শুকুৰবাৰে কৰ’না ভাইৰাছৰ…
কৰ’না যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল শতায়ু গৰকা বৃদ্ধা; মানসিক শক্তি দেখি আচৰিত চিকিৎসকো
মাৰাত্মক ভাইৰাছ কৰ’নাৰ বিৰুদ্ধে জীৱন যুঁজত জয়ী হৈ ঘৰলৈ উভতিল এগৰাকী ১০০বছৰীয়া বৃদ্ধা। মধ্য প্ৰদেশৰ ইন্দোৰৰ চন্দ্ৰ বাই নামৰ শতায়ু গৰকা বৃদ্ধাৰ…
ডিব্ৰুগড়ত কুৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ডিব্ৰুগড়ত চাৰিটা কুৱাৰেণ্টিন কেন্দ্ৰ পৰিদৰ্শন কৰে। ডিব্ৰুগড়ৰ এম ডি কে কানৈ কলেজ, ডি এইচ এছ…
অসমত ৪৯লৈ বৃদ্ধি দিনটোৰ ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৫৯
আৰু তিনিগৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ফলত শুকুৰবাৰৰ দিনটোত এতিয়ালৈকে মুঠ ৪৯গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। মুঠ আক্ৰান্ত…