NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

চীনত ক’ৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা আমেৰিকাতকৈ বেছি; পুনৰ চীনক সমালোচনা ট্ৰাম্পৰ

ক’ৰ’না ভাইৰাছৰ প্ৰসংগ লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক আক্ৰমণ অব্যাহত ৰাখিছে। শুকুৰবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্প পুনৰ চীনৰ সমালোচনাত মুখৰ হৈ পৰে। ‘‘চীনে…

· April 18, 2020 4:40 pm
অসম

গুৱাহাটীৰ সংবাদ কৰ্মীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ

ক’ৰ’না সক্ৰমন ৰোধৰ বাবে নৰেন্দ্ৰ মোদীয়ে ৩ মে’লৈ সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ ফলত সমস্যাত পৰা লোকসকলক সহায়ৰ বাবে বহু দল-সংগঠন তথা…

দীপজ্যোতি শৰ্মা · April 18, 2020 2:18 pm
Popular Stories

অসমত আৰু দুগৰাকী কোভিড১৯ ৰোগী সুস্থ; গুৱাহাটী এমএমচিএইচৰ পৰা বিদায়

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহম্মদ আৰ্ছাদ আৰু মহম্মদ ৰিজুৱান নামৰ দুগৰাকী কোভিড ৰোগীয়ে আজি চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ…

কল্পজ্যোতি শইকীয়া · April 18, 2020 2:11 pm
অসম

মেঘালয়ত আৰু দুগৰাকী কোভিদ-১৯ত আক্ৰান্ত; ১০লৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা

মেঘালয়ত পুনৰ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। শনিবাৰে দুগৰাকীৰ দেহত এই ভাৰাছবিধ ধৰা পৰাত ৰাজ্যখনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০লৈ বৃদ্ধি পালে। আজি…

এন ই নাও নিউজ · April 18, 2020 1:50 pm
অসম

কোৱাৰেন্টাইনত থকাৰ বাবে পিতৃৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত সোণাপুৰৰ এজন স্বাস্থ্য কৰ্মী

পিতৃৰ আকস্মিক বিয়োগত কাষৰ পৰা মৃতদেহ চাব নোৱাৰিলে এজন স্বাস্থ্য কৰ্মীয়ে। সোণাপুৰৰ নৰতাপ আমগুৰিৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে তেওঁৰ মৰ্মবেদনা প্ৰকাশ কৰিছে ।…

কল্পজ্যোতি শইকীয়া · April 18, 2020 1:19 pm
Popular Stories

ক’ৰ’নাত আক্ৰান্ত মনীষ তিব্ৰেৱালাৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক চিকিৎসালয়ত ভৰ্তি

গুৱাহাটী মহানগৰীৰ প্ৰথমজন ক’ৰ’না আক্ৰান্ত মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক শুকুৰবাৰে নিশা নলবাৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰা হয়।…

দীপজ্যোতি শৰ্মা · April 18, 2020 12:25 pm
অসম

ক’ৰনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে দুখনকৈ চুটি ছবি নিৰ্মাণ পৰিচালক মঙ্গল নায়কৰ

মাৰাত্মক ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰো জিলা সমূহক কেইবাটাও স্তৰত বিভক্ত কৰা হৈছে যদিও ৰাজ্যৰ একাংশ…

ভার্গব হাজৰিকা · April 18, 2020 11:59 am
অসম

ভাৰতীয় নৌসেনাতো ওলাল কৰ’না; পৰীক্ষাত ধৰা পৰিল ২১ নৌসেনাৰ দেহত কোভিড-১৯পজিটিভ

কৰ’না ভাইৰাছে লাহে লাহে ভাৰতত সংক্ৰমণৰ পৰিসৰ বৃদ্ধি কৰি আনিছে। এইবাৰ ভাৰতীয় নৌসেনালৈকো ইয়াৰ আতংক সম্প্ৰসাৰিত হৈছে। বাতৰি অনুসৰি, নৌসেনাৰ ২৫জনতকৈয়ো অধিক…

এন ই নাও নিউজ · April 18, 2020 10:04 am
অসম

ইটালীত কৰ’নাত আক্ৰান্ত ১৭,০০০ স্বাস্থ্যকৰ্মী; ১২৫গৰাকী চিকিৎসকৰ মৃত্যু

কৰ’না ভাইৰাছৰ ফলত বিধ্বস্ত হৈ পৰা ইটালীত প্ৰায় ১৭,০০০স্বাস্থ্যকৰ্মী কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত দুই তৃতীয়াংশ হৈছে মহিলা। ইটালীৰ পাব্লিক হেলথ ইনষ্টিটিউটৰ…

এন ই নাও নিউজ · April 18, 2020 7:17 am
অসম

ক’ভিড-১৯: মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ নমুনা নিগেটিভ

এটা ভাল খবৰ। মৰিগাঁৱৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দেহত ধৰা পৰা নাই ক’ভিড-১৯ ভাইৰাছ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে…

কল্পজ্যোতি শইকীয়া · April 17, 2020 10:20 pm