Tag: COVID-19
সম্প্ৰতিৰ নিদৰ্শন; মধ্য প্ৰদেশত প্রতিবেশী মুছমান লোকে শেষকৃত্য সম্পন্ন কৰিলে হিন্দুৰ
দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ পিছত ক’ৰ’না সংক্ৰমণক লৈ ভাৰতত একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই থকাৰ সময়তে মধ্য প্ৰদেশৰ ইণ্ডোৰত ইছলাম আৰু হিন্দু ধৰ্মীয় লোকসকলে…
যদি ভাৰতে পাকিস্তানৰ বাবে ১০,০০০ ভেণ্টিলেটৰ নিৰ্মাণ কৰে পাকিস্তানে চিৰদিন ভাৰতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব : ছোৱেইব আখতাৰ
সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছত জৰ্জৰিত হৈ পৰিছে। পাকিস্তানত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে প্ৰাক্তন পাকিস্তানী…
চামগুৰিত ল’কডাউনৰ বাবে গৃহবন্দী দৰিদ্ৰ পৰিয়ালৰ কাষত ঠিয় দিছে একাংশ হৃদয়বান মানুহ
মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছে ল’কডাউন। ঘৰতে আবদ্ধ হৈ থাকিব লগীয়া হোৱাৰ বাবে চহৰাঞ্চলৰ সমান্তৰালভাৱে নগাঁৱৰ চাপানালাৰ গ্ৰামাঞ্চল…
ক’ৰ’নাত আক্ৰান্ত হৈ এই গৰাকী ইটালীয়ান প্ৰাক্তন অলিম্পিক খেলুৱৈৰ মৃত্যু
অলিম্পিকৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ দুবাৰৰ ফাইনেলিষ্ট ইটালীৰ দোনাতো চাবিয়াই ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বুলি বুধাবাৰে উল্লেখ কৰে ইটালীয়ান অলিম্পিক…
ল’কডাউনত আৱদ্ধ জনসাধাৰণৰ মাজত কষ্ণাইৰ পাইকানত আৰক্ষীৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতে ল’কডাউনৰ সময়ত কষ্ট স্বীকাৰ কৰিবলগীয়া হোৱা দুখীয়া-দৰিদ্ৰক পৰিয়াল সকলক কিছুপৰিমাণে সহায় কৰাৰ বাবে…
গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালক নিত্য প্ৰয়োজনীয় বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কাকপথাৰ প্ৰেছ ক্লাবৰ
চহৰ-নগৰত যিদৰে দৰিদ্ৰ পৰিয়ালে খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে তেনেদৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালে আজিও চৰকাৰে যোগান ধৰা জৰুৰীকালীন খাদ্য সামগ্ৰী…
শিৱসাগৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰশংসনীয় কাৰ্য; পঞ্চায়তে পঞ্চায়তে কৰিছে চেনিটাইজিং
সমগ্ৰ বিশ্বত আতংক সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ক’ৰ’নাভাইৰাছৰ ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ বিগত দিনত…
পলাতক ললিত মোদী আৰু নীৰৱ মোদীক বিদেশৰ পৰা ধৰি আনিব মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!
মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰণ। পলাতক ললিত মোদী আৰু নীৰৱ মোদীক বিদেশৰ পৰা ধৰি আনিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আজি সংবাদ মাধ্যমৰ আগত…
‘অসমৰ শিপিনীয়ে প্ৰস্তুত কৰা গামোচা’, আৰ’নাই আদি চৰকাৰে ক্ৰয় কৰক’, অসম সংগ্ৰামী মঞ্চ
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰা বস্ত্ৰ নগৰী শুৱালকুছিৰ হস্ততাঁত শিল্পৰ ক্ষেত্ৰখনৰ লগতে সমগ্ৰ অসমৰ শিপিনী তথা বোৱনীসকলৰ বাবে চৰকাৰে বিশেষ…
ক’ৰ’নাতংক; যোৱা ২৪ ঘণ্টাত দেশত ৭৭৩ টা পজিটিভ, ৩২ আক্ৰান্তৰ মৃত্যু
সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে অপ্ৰতিৰোধ্য গতিৰে ভাৰততো সংক্ৰমণ ঘটা দেখা গৈছে। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৭৭৩ টা ক’ভিড১৯…