Tag: COVID-19
ৰাজ্যত কৰ’নাৰ সংহাৰ! ২৪ঘন্টাত ৭৭জনৰ মৃত্যু; নতুনকৈ ৫৮০৩আক্ৰান্ত
অসমত কোভিড-১৯ৰ পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কোভিড-১৯ৰ ফলত ৭৭জন লোকে প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱা ৭৭জন লোকৰ ভিতৰত…
কোভিড বিধি ভংগ : ধৰ্মীয় নেতাৰ জানাজাত হাজাৰ হাজাৰ মানুহৰ সমাগম; গোচৰ ৰুজু, ক’ত?
দেশত কোভিড সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিয়াৰ পিছতো যেন সজাগ হোৱা নাই এই দেশৰ জনগণ! চৰকাৰে…
গোৱালপাৰাত কৰোনাৰ সংক্ৰমণ বৃদ্ধি : কন্টেইনমেন্ট জ’ন ঘোষণা; পথ বন্ধ কৰিলে প্ৰশাসনে
গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰিত কৰোনাৰ গণ সংক্ৰমণ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে, কৃষ্ণাই ৰে’ল ষ্টেচনৰ নিচেই…
দেশত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস; কমিল ২৪ ঘন্টাত মৃত্যুৰ সংখ্যাও
দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৱে ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে যোৱা ২৪ঘন্টাত দেশত দৈনিক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কিছু হ্ৰাস পাইছে। বিগত ২৪…
অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল চীনে!
বিশ্বত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ সন্ত্ৰাস হৈছে কৰ’নাৰ সন্ত্ৰাস। ২০১৯চনৰ ডিচেম্বৰৰ পৰা লাহে লাহে গোটেই বিশ্বকে সলনি কৰি দিছে এই ভাইৰাছে। কৰ’না…
সচেতন নহয় ভাৰতীয়সকল, সেয়ে বাঢ়িছে কৰ’নাৰ সংক্ৰমণ; দাবী WHOৰ বিজ্ঞানীৰ
ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌত সংক্ৰমণ কিয় ইমান বৃদ্ধি পাইছে? কেবল ভাইৰাছৰ ৰূপ সলনি হোৱাটোৱেই নে আন কিবা কাৰণ আছে? ইয়াৰ উত্তৰ দিছে…
কোভিডত মৃত্যু : গুৱাহাটীত আৰু সাতখন শ্মশানৰ স্থান নিৰ্ধাৰণ; ক’ত ক’ত?
কোভিড আতংকই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰক্ষিতত নিতৌ নিতৌ নতুন নতুন নিৰ্দেশনা জাৰি কৰাৰ লগতে নতুন ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে জিলা প্ৰশাসনসমূহে।…
গোলাঘাটত মোবাইল ভানেৰে সজাগতা অভিযান : কোভিড বিধি উলংঘন কৰিলে বিহা হ’ব শাস্তি
গোলাঘাট জিলাত কোভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সকলো সৰু-বৰ দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানক কোভিড বিধিসমূহ মানি…
চিকিৎসালয়ৰ পৰা পলায়ন ২৩ কোভিড ৰোগীৰ : কিয় পলায়ন ইজনৰ পিছত সিজনকৈ কৰোনাক্ৰান্তৰ?
চিকিৎসাধীন হৈ থকাৰ পৰাই পলায়ন কৰিছে ২৩ গৰাকীকৈ কোভিড আক্ৰান্ত ৰোগী। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দিল্লীৰ হিন্দু ৰাও চিকিৎসালয়ত। দিল্লীৰ মেয়ৰ…
কোভিডৰ জটিল পৰিস্থিতিত জুবিন দম্পতীৰ মহানুভৱতা; দেখুৱালে এক সুন্দৰ নিদৰ্শন
গুৱাহাটীত কোভিড মহামাৰীৰ পৰিস্থিতিয়ে ক্ৰমাৎ সংকটজনক ৰূপ ধাৰণ কৰিছে। লাহে লাহে ভৰ্তি হৈ আহিছে চিকিৎসালয়ৰ বিচনা। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ৰোগীৰ বাবে নাইকিয়া…