Tag: COVID-19
গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ
ডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ মাজত উদ্বিগ্নতাৰ…
অসমত ১০৮৫ নতুন ক’ভিড আৰোগ্য, সক্ৰিয় ৰোগী ১০,১৮০
১০৮৫গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে। এইসকল ব্যক্তিক ধৰি অসমত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৩১,৪৪২লৈ…
অসমত ১৪৫৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৩৬%
১৪৫৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৭৫, ডিব্ৰুগড়ৰ ১৩৬ আৰু শোণিতপুৰ জিলাৰ ১১৬গৰাকী ব্যক্তি। অসমত…
অসমত ক’ভিডত মৃত্যুৰ সংখ্যা ১০১লৈ বৃদ্ধি
আৰু তিনিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত শনিবাৰে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১লৈ বৃদ্ধি পাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে—…
অসম আৰক্ষীৰ ৬৭ কৰ’না যোদ্ধাৰ প্লাজমা দান
ক’ভিডৰ পৰা সুস্থ হোৱা অসম আৰক্ষীৰ ৬৭গৰাকী কৰ’না যোদ্ধাই শনিবাৰে প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই…
পূৰ্বৰ অভিলেখ ভংগ কৰি দেশত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত ৫৭,১১৮ গৰাকী লোক
ক’ৰ’ণা আক্ৰান্ত লোকৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ল। দেশত বিগত ২৮ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫৭,১১৮ গৰাকী লোক। এই…
ক’ভিড-১৯: অসমত ১৮৬২ নতুন আক্ৰান্ত, ১২৭৭ চিকিৎসালয়ৰ পৰা মুকলি
১৮৬২গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী। টেষ্টৰ তুলনাত অসমত ক’ভিড পজিটিভৰ হাৰ…
অসমত আৰু চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ৯৮লৈ বৃদ্ধি
আৰু চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত শুকুৰবাৰে প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে— হোজাইৰ মাণিক সাহা (৬৮), কামৰূপ মহানগৰৰ মিনু বণিক (৩০), যোৰহাটৰ…
গৱেষণাৰ তথ্য : দুসপ্তাহ যথাৰীতি সামাজিক দূৰত্বৰ বিধি মানিলেই হ্ৰাস পায় ১৫লাখ সংক্ৰমণ!
দুসপ্তাহৰ বাবে মাত্ৰ সামাজিক দূৰত্বৰ বিধি মানি চলিলে বিশ্বত ৬৫শতাংশ কৰ’না বাইৰাছৰ সংক্ৰমণ হ্ৰাস পায়। ইয়াৰ ফলত ১৫লাখ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ…
দেশত এদিনতে ক’ৰ’ণাত আক্ৰান্ত ৫৫ হাজাৰৰো অধিক লোক, মুঠ আক্ৰান্ত ১৬ লক্ষাধিক
ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত থকা ভাৰতত অপ্ৰতিৰোধ্য গতিৰে সংক্ৰমিত হৈ আছে ক’ৰ’ণা ভাইৰাছ । দেশত বিগত ২৪ ঘন্টাত…