Tag: COVID-19
৪২৪৭লৈ বৃদ্ধি অসমত ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৬৩.৪%
২১৪গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯-মুক্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। এইসকলক ধৰি অসমত ক’ভিড আৰোগ্যৰ সংখ্যা ৪২৪৭গৰাকীলৈ বৃদ্ধি…
ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ : গুৱাহাটীত পুনৰ সম্পূৰ্ণ লকডাউন
গুৱাহাটীত অহা দেওবাৰৰ নিশা ১২ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ হ’ব সম্পূৰ্ণ লকডাউন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা…
তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মী ক’ভিড পজিটিভ
এজন চিকিৎসক আৰু ২৩গৰাকী স্বাস্থ্য কৰ্মী তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৃহস্পতিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। শেহতীয়াকৈ তেজপুৰ চহৰকে ধৰি শোণিতপুৰ জিলাত…
৪০০০ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, সক্ৰিয় ৰোগী ২৩২৫
ক’ভিড-১৯ আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত বৃহস্পতিবাৰে ৪০০০ৰ সীমা অতিক্ৰম কৰিছে। দিনটোত ৭৫গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পিছত অসমত মুঠ…
ওদালগুৰিৰ উপায়ুক্ত ক’ভিড-১৯ পজিটিভ
ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ক’ভিড পজিটিভ চিনাক্ত হোৱা ঘৰফলীয়াই অসমৰ প্ৰথম উপায়ুক্ত। জানিব পৰা মতে তেওঁ…
গুৱাহাটীত ১২ আৰক্ষী ক’ভিড পজিটিভ
কৰ’নাৰ বিৰুদ্ধে যুঁজৰ আগশাৰীত থকা অসম আৰক্ষীৰ ১২গৰাকী জোৱান গুৱাহাটীত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটীত প্ৰায় ১৮০গৰাকী আৰক্ষীৰ লোক কুৱাৰেণ্টিনত…
অসমত ২২৬ নতুন ক’ভিড আক্ৰান্ত, মুঠ ৬২৮২
২২৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। এইসকল ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্তৰ সংখ্যা বুধবাৰে ৬২৮২লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত…
কাহ আৰু জ্বৰৰ দৰৱৰ বাবেহে লাইচেন্স বিচাৰিছিল! ক’ৰ’নিল সম্পৰ্কত কোনে ক’লে এই কথা?
কৰ’নাৰ দৰৱ ‘কৰ’নিল’ প্ৰস্তুত কৰাৰ দাবী কৰা পতঞ্জলিৰ বাবে জটিলতা ক্ৰমে বৃদ্ধি পাবলৈ লৈছে। ৰাজস্থান চৰকাৰে বাবা ৰামদেবৰ বিৰুদ্ধে গোচৰ তৰাৰ কথা…
ক’ৰ’নাত আক্ৰান্ত হৈ তৃণমূল কংগ্ৰেছৰ তিনিবাৰৰ বিধায়কৰ মৃত্যু
ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক তামোনাছ ঘোষৰ আজি মৃত্যু হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, বিধায়ক গৰাকী…
ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড
দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ইয়াৰ ভয়াবহতাৰ…