NORTHEAST NOW (Assamese)

Tag: COVID19

Popular Stories

ক’ৰ’নাতংক; ভাৰতৰ ক’ৰ’না সংক্ৰমণৰ ১০ টা হট স্পট চিনাক্ত

দেশত নৰ সংহাৰী ক’ৰ’না ভাইৰাছে ব্যাপক ৰূপত সংক্ৰমণ ঘটি থকাৰ সময়তে ভাৰতত ক’ৰ’না সংক্ৰমণৰ ১০ টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। ইতিমধ্যে দিল্লীৰ…

এন ই নাও নিউজ · April 1, 2020 3:12 pm
Popular Stories

দিল্লীত এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল মাৰাত্মক ক’ৰ’না ভাইৰাছ

দিল্লী-এন চি আৰত তীব্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ দিল্লীত এগৰাকী চিকিৎসক এই ভাইৰাছত আক্ৰান্ত হৈছে। কোনো ক’ৰ’না আক্ৰান্তৰ…

এন ই নাও নিউজ · April 1, 2020 12:06 pm
অসম

দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতলৈ গৈছিল মাৰ্ঘেৰিটাৰ ৬ জন লোক

দিল্লীত মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা ২৪ জন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৪৪১ জন বৰ্তমান জ্বৰ-কাঁহত আক্ৰান্ত হোৱাৰ খবৰে দেশবাসীক উদ্বিগ্ন কৰি…

মানস প্ৰতিম গগৈ · April 1, 2020 10:19 am
অসম

গুৱাহাটী আই আই টিৰ ছাত্ৰই নিৰ্মাণ কৰিলে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা বিশেষ দ্ৰোণ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশক উদ্ধাৰৰ বাবে ভাৰতৰ বিভিন্ন লোকে বৰ্তমান সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ এটা গৱেষক ছাত্ৰৰ…

এন ই নাও নিউজ · April 1, 2020 8:29 am
অসম

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা; নিজামুদ্দিন জামাতত অংশলোৱা ৯৩ গৰাকী ব্যক্তি ক’ৰ’না পজিটিভ

সমগ্ৰ ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। বৰ্তমান সময়ত দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণলৈ অহা লোকৰ সংখ্যা হৈছে…

এন ই নাও নিউজ · April 1, 2020 7:33 am
অসম

নিজামুদ্দিনৰ জামাতলৈ যোৱা লখিমপুৰৰ ছয় ব্যক্তিক চিনাক্ত

দেশজুৰি কৰ’নাভাইৰাছ বিয়পাৰ অন্যতম কেন্দ্ৰৰূপে চিনাক্ত হোৱা নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতলৈ যোৱা লখিমপুৰৰ ছজন ব্যক্তিক চিনাক্ত কৰা হৈছে। এই ব্যক্তিকেইজন লকডাউনৰ পূৰ্বেই…

ফাৰহানা আহমেদ · March 31, 2020 10:14 pm
অসম

লকডাউন: যানবাহন আইন সম্পৰ্কীয় নথিৰ ভেলিডিটি বৃদ্ধি

লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি অসমত যানবাহন আইন সম্পৰ্কীয় নথিপত্ৰৰ ভেলিডিটি ৩০ জুনলৈকে বৃদ্ধি কৰা হৈছে। পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ আধাৰত…

কল্পজ্যোতি শইকীয়া · March 31, 2020 9:43 pm
Popular Stories

মিজোৰামৰ এটি ৭ বছৰীয়া শিশুৱে ক’ৰ’না বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে আৰ্থিক সাহায্য

মিজোৰাম এটি ৭ বছৰীয়া শিশুৱে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে আৰ্থিক সাহায্য। ক’লাছিব ভেনঙ্গল নামৰ ঠাইৰ ৰ’ম্মেল লালমৌনছাংগা নামৰ ৭ বছৰীয়া শিশুটিয়ে…

এন ই নাও নিউজ · March 31, 2020 9:11 pm
অসম

দিল্লীৰ নিজামুদ্দিন দৰগাহ মাৰ্কাজ জামাতত আৱদ্ধ শিৱসাগৰৰ কেইবাজনো লোক; ওলাল এজনৰ পৰিছয় 

দিল্লীৰ নিজামুদ্দিন দৰগাহ মাৰ্কাজৰ জামাতত ১০ জনতকৈ অধিক লোক কভিড-১৯-ত আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰে সৰ্বত্ৰে আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত নিজামুদ্দিন…

পাৰ্শ্বজ্যোতি গগৈ · March 31, 2020 8:58 pm
অসম

এয়াৰটেলে বৃদ্ধি কৰিলে প্ৰীপেইড পেকৰ ভেলিডিটি, দিব অতিৰিক্ত টকটাইম

ভাৰতী এয়াৰটেলে ইয়াৰ ৮ কোটিতকৈ অধিক গ্ৰাহকৰ প্ৰীপেইড পেকৰ ভেলিডিটি অহা ১৭ এপ্ৰিললৈকে বৃদ্ধি কৰিছে। কোম্পানিটোৱে এই সময়চোৱাত গ্ৰাহকসকললৈ ১০ টকাৰ টকটাইমো…

এন ই নাও নিউজ · March 31, 2020 8:47 pm