NORTHEAST NOW (Assamese)

Tag: COVID19

অসম

কৰ’নাভাইৰাছ: গোলাঘাট জিলা কাৰাগাৰৰ ১৯ গৰাকী আচামীক মুকলি

কৰ’না মহামাৰীৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বিগত দুটা দিনত গোলাঘাট জিলা কাৰাগাৰ কৰ্তৃপক্ষই বিচাৰ প্ৰক্ৰিয়া চলি থকা ১৯ গৰাকী কাৰাবন্দীক মুকলি…

ঋতুপল্লৱ শইকীয়া · March 29, 2020 10:25 pm
অসম

কৰ’নাভাইৰাছ: মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি জুবিনৰ

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ বৰঙনি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চিকিৎসাৰ…

দীপজ্যোতি শৰ্মা, কল্পজ্যোতি শইকীয়া · March 29, 2020 9:31 pm
Uncategorized

নয়ডাত ১৩ কৰ্মচাৰী আক্ৰান্ত ক’ৰ’নাত; ট্ৰেভেল হিষ্ট্ৰীৰ লুকুৱাৰ বাবে আটক এম ডিক

নয়ডাৰ এটা কোম্পানীৰ ১৩ জন কৰ্মচাৰী আক্ৰান্ত হৈছে ক’ৰ’না ভাইৰাছত। নয়ডাৰ গৌতম নগৰস্থিত কোম্পানীৰ পৰিচালন সঞ্চালকজনে বিদেশ ভ্ৰমণ কৰি ভ্ৰমণ বৃতান্ত লুকুৱাই…

এন ই নাও নিউজ · March 29, 2020 9:09 pm
অসম

ক’ৰ’না ভাইৰাছ : চেনিটাইজ কৰা হয় তামুলপুৰৰ কাউলীৰ বিভিন্ন অঞ্চল

সাম্প্ৰতিক সময়ত বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক`ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশজুৰি আহ্বান জনোৱা ২১ দিনীয়া লকডাউন চলি থকাৰ মাজতে…

দীপক কুমাৰ পাঠক · March 29, 2020 8:21 pm
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৯০ মিলিয়ন ইউৰো দান পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱে জুভেন্টাছ ক্লাবৰ ক’ৰ্ছ মৌৰীজিঅ’ চাৰী সৈতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আবঢ়াইছে ৯০ মিলিয়ন ইউৰো(১০০ মিলিয়ন মাৰ্কিন ড’লাৰ)।…

এন ই নাও নিউজ · March 29, 2020 8:12 pm
অসম

অসমত দেওবাৰলৈকে ২৬৩টা লকডাউন উলংঘনৰ ঘটনা, ৩৪০জনক গ্ৰেপ্তাৰ

অসমত দেওবাৰৰ আবেলি চাৰি বজালৈকে ২৬৩টা লকডাউন উলংঘনৰ ঘটনা সংঘটিত হৈছে। শনিবাৰলৈকে তিনিজন ব্যক্তিক এই সংক্ৰান্তত জেললৈ প্ৰেৰণ কৰা হৈছে। লকডাউন উলংঘনৰ…

দীপজ্যোতি শৰ্মা · March 29, 2020 8:02 pm
Popular Stories

আফ্ৰিদিক সহায় কৰিবলৈ আহ্বান জনোৱা হৰভজন সিঙক তীব্ৰ সমালোচনা

ভাৰতীয় অফ স্পিনাৰ হৰভজন সিং আৰু পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ চাহিদ আফ্ৰিদি ক্ৰিকেটৰ পথৰাত ঘোৰ বিৰোধী আছিল। কিন্তু আফ্ৰিদিৰ সেৱা মনোভাৱ দেখি হৰভজন…

এন ই নাও নিউজ · March 29, 2020 7:34 pm
অসম

লকডাউন: প্ৰব্ৰজনকাৰী শ্ৰমিক, দৰিদ্ৰৰ থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ

দেশৰ বিভিন্ন ঠাইত লকডাউনৰ মাজত বহুসংখ্যক শ্ৰমিক স্ব-গৃহলৈ ওভতাক লৈ সৃষ্টি হোৱা পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক গৃ্হ মন্ত্ৰ্যালয়ে…

এন ই নাও নিউজ · March 29, 2020 7:25 pm
Popular Stories

‘২১ নহয়, ৪৯ দিনীয়া ল’কডাউনেহে ভাৰতত ক’ৰ’না সংক্ৰমণ ৰোধিব পাৰিব’, কেম্ব্ৰিজৰ গৱেষকৰ দাবী

ভাৰতত ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ২১ দিন নহয় প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ। কেম্ব্ৰিজ বিশ্বিবদ্যালয়ৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। গ্ৰেইট…

এন ই নাও নিউজ · March 29, 2020 6:53 pm
অসম

লকডাউন: বায়ু প্ৰদূষণ নোহোৱা হৈছে দেশৰ মহানগৰসমূহত

দেশজোৰা লকডাউনৰ ফলত নতুন দিল্লীকে ধৰি দেশৰ মহানগৰসমূহত বায়ু প্ৰদূষণ বহু বেছি পৰিমাণে হ্ৰাস পাইছে। কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেশজোৰা লকডাউনৰ ফলত প্ৰায় ১৩০…

এন ই নাও নিউজ · March 29, 2020 6:12 pm