NORTHEAST NOW (Assamese)

Tag: COVID19

Popular Stories

ক’ৰ’নাক্ৰান্তৰ সম্পৰ্কে ভুৱা তথ্য; ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে এফ আই আৰ দাখিল

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। প্ৰতিৱেশী ৰাজ্যত ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সম্পৰ্কে স্থানীয় সংবাদ মাধ্যমক মিছা আৰু ভুৱা তথ্য…

এন ই নাও নিউজ · April 6, 2020 5:15 pm
অসম

দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ তামুলপুৰ প্ৰেছ ক্লাবৰ

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ বাবে বিপদত পৰা দৰিদ্ৰ লোকসকলৰ মাজত তামুলপুৰ প্ৰেছ ক্লাবে সোমবাৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। লকডাউনৰ বাবে তামুলপুৰ অঞ্চলৰ ঠেলা…

দীপক কুমাৰ পাঠক · April 6, 2020 4:47 pm
Popular Stories

কোনে সৃষ্টি কৰিলে দেশত ব্যাপক চৰ্চা লাভ কৰা ক’ৰ’না ভাইৰাছসদৃশ হেলমেট ?

আৰক্ষীৰ মূৰত এটা বিশেষ হেলমেট। ল’কডাউন ভংগকাৰীক বিশেষ হেলমেট পৰিহিত আৰক্ষীগৰাকীয়ে ক’ৰ’না ভাইৰাছৰ ভয়াৱহতা সম্বন্ধে বুজাই ঘৰতে থাকি নিজৰ, পৰিয়ালৰ লগতে দেশক…

· April 6, 2020 4:24 pm
Popular Stories

ক’ৰ’না ভাইৰাছ! এইবাৰ আক্ৰমণৰ বলি গুৱাহাটীত কৰ্মৰত এগৰাকী মণিপুৰী নাৰ্ছ

এইবাৰ অসমত ঘটিছে ক’ৰ’না ভাইৰাছকলৈ বৰ্ণবৈষম্যৰ দৰে এক লজ্জাজনক ঘটনা। উত্তৰ ভাৰত তথা দেশৰ ৰজধানী দিল্লীত উত্তৰ পূৱৰ মংগোলীয় মুখাৱয়বৰ লোকসকল সততে…

এন ই নাও নিউজ · April 6, 2020 3:18 pm
Popular Stories

ক’ৰ’নাত আক্ৰান্ত গৃহ মন্ত্ৰী অমিত শ্বাহ ! চৰকাৰে কি ক’লে?

এটা হিন্দী সংবাদ গোষ্ঠীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি দাবী কৰি বাতৰি প্ৰচাৰ কৰাৰ এখন ফটো ছ’চিয়েল…

এন ই নাও নিউজ · April 6, 2020 2:31 pm
অসম

ভাৰতে সময়মতেই কৰ’নাৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, বিশ্বৰ বাবে হৈ পৰিছে দৃষ্টান্ত : প্ৰধান মন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ নেতা-কৰ্মীসকলক সম্বোধন কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি সমগ্ৰ…

এন ই নাও নিউজ · April 6, 2020 12:43 pm
অসম

কৰ’নাৰে যুঁজত জয়ী হৈ ঘৰলৈ উভতিল কণিকা কাপুৰ; থাকিব লাগিব ১৪ দিনৰ কোৱাৰেন্টাইনত

কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত যোৱা ২০ মাৰ্চত লক্ষ্ণৌৰ সঞ্জয় গান্ধী প’ষ্ট গ্ৰেজুৱেশ্যন ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স হাস্পাতলত ভৰ্তি হোৱা গায়িকা কণিকা…

· April 6, 2020 11:54 am
Popular Stories

COVID-19 সম্পৰ্কে ভুৱা বাতৰি প্ৰকাশ কৰা অসমৰ বাংলা বাতৰি কাকতৰ বিৰুদ্ধে এজাহাৰ

‘ভূৱা বাতৰি’ প্ৰকাশ কৰাৰ অপৰাধত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালয়াল (DIPR)য়ে ‘যুগশঙ্খ’ নামৰ বাংলা দৈনিক কাকতখনৰ বিৰুদ্ধে এখন এজাহাৰ দখিল কৰিছে।…

এন ই নাও নিউজ · April 6, 2020 11:28 am
অসম

কোৱাৰেন্টাইনত থকা তবলিগী জামাতৰ জ্যেষ্ঠ সদস্য মিৰেল কুড্ডুছৰ জামাতি সকললৈ আহ্বান

যোৱা ১০ মাৰ্চৰ পাছত দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ পৰা উভতি অহাসকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় অসমৰ  তবলিগী…

কল্পজ্যোতি শইকীয়া · April 6, 2020 11:01 am
অসম

তবলিগী জামাতৰ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ নেতাকে ধৰি ইয়াৰ ৰাজ্যিক শাখাৰ কেইবাজনো নেতাৰ বিৰুদ্ধে দেওবাৰে অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ৰাজ্যখনৰ এতিয়ালৈকে…

এন ই নাও নিউজ · April 6, 2020 10:24 am