Tag: নিৰ্বাচন ২০১৯
নাগৰিকত্ব বিধেয়কৰ প্ৰসংগ আলাপ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব : নৰেন্দ্ৰ মোডী
অসমত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে উপস্থিত হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলদৈৰ পাছত শিলচৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰি নাগৰিকত্ব…
লখিমপুৰত দুপৰীয়ালৈকে শান্তিপূৰ্ণ ভোটগ্ৰহণ, ভোটদানৰ হাৰত আগবাঢ়ি আছে ঢকুৱাখনা
লখিমপুৰ জিলাৰ অন্তৰ্গত আটাইবোৰ কেন্দ্ৰতে বৃ্হস্পতিবাৰে শান্তিপূৰ্ণভাৱে চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। জিলাখনৰ বিভিন্ন কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।…
ৰাজনৈতিক প্ৰহসনৰ প্ৰতিবাদ! : যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ নিৰ্বাচন বৰ্জন
বিশেষভাৱে চৰ্চিত এইবাৰৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ এখন গাঁৱৰ ৰাইজে নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা ২০কিলোমিটাৰ আঁতৰৰ…
মঙলদৈৰ সভাত বিজয়া চক্ৰৱৰ্তী আৰু ৰমেন ডেকাক বিশেষ কৃতজ্ঞতা প্ৰধান মন্ত্ৰী মোডীৰ
ৰাজ্যৰ পাঁচটা সমষ্টিত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে আজি দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত উপস্থিত হয় প্ৰধান…
ই ভি এম বিসংগতি : ভোটাৰে যতেই ভোট নিদিয়ক বিশেষ ৰাজনৈতিক প্ৰাৰ্থীৰ সপক্ষে পৰিল ভোট
আজি অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ জয়ৰাপাৰ এম ই…
বোকাখাতৰ জ্যোতিপুৰত ভোটদান কৰিলে অগপৰ সভাপতি অতুল বৰাই
দেশৰ লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বোকাখাতৰ ৮০নং জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে অসম গণ পৰিষদ…
সৰ্বানন্দ, তৰুণ গগৈৰ লগতে ভোট দিলে পাঁচটা সমষ্টিৰ প্ৰাৰ্থীয়ে
অসমৰ ৫টা সহ দেশৰ মুঠ ৯১ টা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। পৰৱৰ্তী চৰকাৰ গঠনৰ উদ্দেশ্যে অসমৰ সাধাৰণ জনতাৰ…
চাৰিআলি আদৰ্শ বিদ্যাপীঠক ‘আদৰ্শ ভোট কেন্দ্ৰ’ৰূপে গঢ়ি তুলিছে চি আৰ পি এফে
আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াস্থিত ১২৯ নং চাৰিআলি আদৰ্শ বিদ্যাপীঠ ভোটগ্ৰহণ কেন্দ্ৰটিক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ ব্যৱস্থা…
সোণাৰীত পৰিয়ালসহ যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ভোটদান
সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ ৫ টা সমষ্টিত আজি পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভোটকেন্দ্ৰ সমূহত পুৱাৰে পৰা…
‘অগপ মানে আঞ্চলিকতাবাদ নহয়’; কংগ্ৰেছত ভোট দিব দলৰ প্ৰাক্তন শীৰ্ষ নেতাই
অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক তথা অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক ৰাজীৱ ভট্টাচাৰ্য্যই এইবাৰৰ সাধাৰণ নিৰ্বাচনত ‘জাতীয় স্বাৰ্থত’ কংগ্ৰেছক ভোটদান কৰিব। এক…